অসমীয়া প্ৰতিদিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Assam stub}}
{{unreferenced}}
{{Infobox newspaper
{{Infobox newspaper
| name = [[চিত্ৰ:Asomiya_Pratidin.gif|250px|অসমীয়া প্ৰতিদিন]]
| name = [[চিত্ৰ:Asomiya_Pratidin.gif|250px|অসমীয়া প্ৰতিদিন]]
12 নং শাৰী: 12 নং শাৰী:
| headquarters = [[গুৱাহাটী]]
| headquarters = [[গুৱাহাটী]]
| sister newspapers = [[সাদিন]]
| sister newspapers = [[সাদিন]]
| website = [http://asomiyapratidin.in/ asomiyapratidin.in]
| website = {{url|http://asomiyapratidin.in/}}
}}
}}
'''অসমীয়া প্ৰতিদিন''' ({{lang-en|Asomiya Pratidin}}) হৈছে এখন [[অসমীয়া ভাষা|অসমীয়া]] দৈনিক [[বাতৰি কাকত]]। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক [[অজিত কুমাৰ ভূঞা]]। প্ৰথম কাৰ্য্যবাহী সম্পাদক [[পৰাগ কুমাৰ দাস]]। প্ৰাক্তন সম্পাদকসকল হ'ল [[অদীপ কুমাৰ ফুকন]], [[মনজিত মহন্ত ]]। বৰ্তমানৰ মুখ্য সম্পাদক [[নিত্য বৰা]] আৰু কাৰ্যবাহী সম্পাদক ধ্যৰ্য হাজৰিকা। কাকতখনৰ গৰাকী [[জয়ন্ত বৰুৱা]]ৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে। জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: [[সাদিন]], [[সাতসৰী]] আৰু [[নন্দিনী]]। এই বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ [[গুৱাহাটী]], [[ডিব্ৰুগড়]], [[উত্তৰ লখিমপুৰ]] আৰু [[বঙাইগাঁও]]ৰ পৰা একেসময়তে প্ৰকাশ পায়।
'''অসমীয়া প্ৰতিদিন''' ({{lang-en|Asomiya Pratidin}}) হৈছে এখন [[অসমীয়া ভাষা|অসমীয়া]] দৈনিক [[বাতৰি কাকত]]। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক [[অজিত কুমাৰ ভূঞা]]। প্ৰথম কাৰ্য্যবাহী সম্পাদক [[পৰাগ কুমাৰ দাস]]। প্ৰাক্তন সম্পাদকসকল হ'ল [[অদীপ কুমাৰ ফুকন]], [[মনজিত মহন্ত]]। বৰ্তমানৰ মুখ্য সম্পাদক [[নিত্য বৰা]] আৰু কাৰ্যবাহী সম্পাদক ধ্যৰ্য হাজৰিকা। কাকতখনৰ গৰাকী [[জয়ন্ত বৰুৱা]]ৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে। জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: [[সাদিন]], [[সাতসৰী]] আৰু [[নন্দিনী]]। এই বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ [[গুৱাহাটী]], [[ডিব্ৰুগড়]], [[উত্তৰ লখিমপুৰ]] আৰু [[বঙাইগাঁও]]ৰ পৰা একেসময়তে প্ৰকাশ পায়।


==সমল==
==সমল==
এই কাকতখনে [[অসম]]ক কেন্দ্ৰ কৰি সমগ্ৰ [[উত্তৰ পূব ভাৰত]]ৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে [[ইণ্টাৰনেট]] সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰণতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।
এই কাকতখনে [[অসম]]ক কেন্দ্ৰ কৰি সমগ্ৰ [[উত্তৰ-পূব ভাৰত]]ৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে [[ইণ্টাৰনেট]] সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰণতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তঃৰাষ্ট্ৰীয় বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।

<!--
<!--
== পৰিপূৰক সমূহ==
== পৰিপূৰক সমূহ==
মুখ্যত বাতৰি কাকতখনক বাহিৰেও, কাকতখনে সময়ে সময়ে কিছুমান পৰিপূৰকো প্ৰকাশ কৰি আহিছে, তাৰে কেইখনমান হৈছে
মুখ্যত বাতৰি কাকতখনক বাহিৰেও, কাকতখনে সময়ে সময়ে কিছুমান পৰিপূৰকো প্ৰকাশ কৰি আহিছে, তাৰে কেইখনমান হৈছে
*কাকতখনৰ লগত প্ৰ্ত্যেক শনিবাৰে এখন ৪ পৃষ্ঠাৰ পৰিপূৰিকা য’ত [[স্বাস্থ্য]], [[সংস্কৃতি]], [[প্ৰকৃতি]] আৰু যুৱ প্ৰজন্ম সম্পৰ্কীয় লেখনি প্ৰকাশ পায়|
*কাকতখনৰ লগত প্ৰ্ত্যেক শনিবাৰে এখন ৪ পৃষ্ঠাৰ পৰিপূৰিকা য’ত [[স্বাস্থ্য]], [[সংস্কৃতি]], [[প্ৰকৃতি]] আৰু যুৱ প্ৰজন্ম সম্পৰ্কীয় লেখনি প্ৰকাশ পায়|
*পূৰ্বাচল, এখন ৩২ পৃষ্ঠাৰ আলোচনী, এইখন প্ৰ্ত্যেক দেওবাৰে নিয়মিতভাৱে প্ৰকাশ পাই| [[সাহিত্য]], [[পৰ্যটন]] আদি বিভিন্ন দিশ এই পৰিপূৰিকাত উপলদ্ধ|
*পূৰ্বাচল, এখন ৩২ পৃষ্ঠাৰ আলোচনী, এইখন প্ৰ্ত্যেক দেওবাৰে নিয়মিতভাৱে প্ৰকাশ পাই| [[সাহিত্য]], [[পৰ্যটন]] আদি বিভিন্ন দিশ এই পৰিপূৰিকাত উপলদ্ধ|
*প্ৰ্ত্যেক বছৰৰ এপ্ৰিল-মে মাহত ([[ব’হাগ বিহু]]ৰ বিশেষ) এখন বছৰেকীয়া পৰিপূৰিকা প্ৰকাশ পায়| ইয়াত মুখ্যত সাহিত্য, সংস্কৃতি আদি লেখনি প্ৰকাশ পায়|
*প্ৰ্ত্যেক বছৰৰ এপ্ৰিল-মে মাহত ([[ব’হাগ বিহু]]ৰ বিশেষ) এখন বছৰেকীয়া পৰিপূৰিকা প্ৰকাশ পায়| ইয়াত মুখ্যত সাহিত্য, সংস্কৃতি আদি লেখনি প্ৰকাশ পায়|
-->
-->

==লগতে চাওক==
*[[অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহ]]

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}
35 নং শাৰী: 30 নং শাৰী:
==বাহ্যিক সংযোগ==
==বাহ্যিক সংযোগ==
*[http://asomiyapratidin.in/ অসমীয়া প্ৰতিদিনৰ ইণ্টাৰনেট সংস্কৰণ]
*[http://asomiyapratidin.in/ অসমীয়া প্ৰতিদিনৰ ইণ্টাৰনেট সংস্কৰণ]



{{অসমৰ বাতৰি কাকত আৰু আলোচনী}}
{{অসমৰ বাতৰি কাকত আৰু আলোচনী}}



[[শ্ৰেণী:অসমৰ সংবাদ পত্ৰ]]
[[শ্ৰেণী:অসমৰ সংবাদ পত্ৰ]]

05:23, 29 September 2021ৰ সংস্কৰণ

অসমীয়া প্ৰতিদিন
২০ নবেম্বৰ ২০১১ৰ অসমীয়া প্ৰতিদিনৰ গুৱাহাটী সংস্কৰণৰ প্ৰথম পৃষ্ঠা
২৫ নবেম্বৰ ২০১০ৰ অসমীয়া প্ৰতিদিনৰ গুৱাহাটী সংস্কৰণৰ প্ৰথম পৃষ্ঠা
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
প্ৰকাশক যতীন চৌধুৰী
সম্পাদক নিত্য বৰা
প্ৰতিষ্ঠা ৩ মাৰ্চ, ১৯৯৫
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী
ভগ্নী কাকত সাদিন
ৱেবছাইট asomiyapratidin.in

অসমীয়া প্ৰতিদিন (ইংৰাজী: Asomiya Pratidin) হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। প্ৰাক্তন সম্পাদকসকল হ'ল অদীপ কুমাৰ ফুকন, মনজিত মহন্ত। বৰ্তমানৰ মুখ্য সম্পাদক নিত্য বৰা আৰু কাৰ্যবাহী সম্পাদক ধ্যৰ্য হাজৰিকা। কাকতখনৰ গৰাকী জয়ন্ত বৰুৱাৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে। জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: সাদিন, সাতসৰী আৰু নন্দিনী। এই বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু বঙাইগাঁওৰ পৰা একেসময়তে প্ৰকাশ পায়।

সমল

এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰণতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তঃৰাষ্ট্ৰীয় বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ