৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
19 নং শাৰী: 19 নং শাৰী:


==মৃত্যু==
==মৃত্যু==
* ১৯৮৫ - [[চাৰ্লছ ফ্ৰান্সিছ ৰিখটাৰ]] (Charles Francis Richter), আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী। ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা [[ৰিখ্টাৰ প্ৰাবল্য স্কেল]]ৰ ( Richter magnitude scale) উদ্ভাৱক।
* ১৯৮৫ - [[চাৰ্লছ ফ্ৰান্সিছ ৰিখ্টাৰ]] (Charles Francis Richter), আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী। ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা [[ৰিখ্টাৰ প্ৰাবল্য স্কেল]]ৰ ( Richter magnitude scale) উদ্ভাৱক।
* ১৯৯৭ -[[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
* ১৯৯৭ - [[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
* ২০০১ - [[মাধৱ ৰাও সিন্ধিয়া]], ভাৰতীয় ৰাজনেতা।
* ২০০১ - [[মাধৱ ৰাও সিন্ধিয়া]], ভাৰতীয় ৰাজনেতা।



16:49, 29 September 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯২টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৬৮৭ - মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে।
  • ১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
  • ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
  • ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা
  • ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
  • ১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
  • ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

তথ্য সূত্ৰ