১৩ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী: 2 নং শাৰী:
'''১৩ ফেব্ৰুৱাৰী''' {{En|13 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৪৪তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১টা দিন ([[অধিবৰ্ষ]]ত ৩২২ দিন) বাকী থাকে।
'''১৩ ফেব্ৰুৱাৰী''' {{En|13 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৪৪তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১টা দিন ([[অধিবৰ্ষ]]ত ৩২২ দিন) বাকী থাকে।
==উল্লেখযোগ্য ঘটনা==
==উল্লেখযোগ্য ঘটনা==
*১৬৩৩ - চনৰ আজিৰ দিনটোতে নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে [[গেলিলিঅ’ গেলিলি]] ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
*১৯৪৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
*১৯৩১ চনৰ আজিৰ দিনটোতে ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
*১৯৩১ - চনৰ আজিৰ দিনটোতে ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
*১৯৪৬ - চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
*১৬৩৩ চনৰ আজিৰ দিনটোতে নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে [[গেলিলিঅ’ গেলিলি]] ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
*১৯৫৯ চনৰ আজিৰ দিনটোতে পৃথিবীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
*১৯৫৯ - চনৰ আজিৰ দিনটোতে পৃথিবীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
*২০০১ চনৰ আজিৰ দিনটোতে মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
*২০০১ - চনৰ আজিৰ দিনটোতে মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
*২০০৩ চনৰ আজিৰ দিনটোতে [[যশ চোপ্ৰা]]লৈ আজিৰ দিনটোতে [[দাদা চাহেব ফাল্কে বঁটা]] প্ৰদান কৰা হয়।
*২০০৩ - চনৰ আজিৰ দিনটোতে [[যশ চোপ্ৰা]]লৈ আজিৰ দিনটোতে [[দাদা চাহেব ফাল্কে বঁটা]] প্ৰদান কৰা হয়।


==জন্ম==
==জন্ম==

14:31, 13 February 2022ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

১৩ ফেব্ৰুৱাৰী (ইংৰাজী: 13 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১টা দিন (অধিবৰ্ষত ৩২২ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৬৩৩ - চনৰ আজিৰ দিনটোতে নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে গেলিলিঅ’ গেলিলি ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
  • ১৯৩১ - চনৰ আজিৰ দিনটোতে ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
  • ১৯৪৬ - চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
  • ১৯৫৯ - চনৰ আজিৰ দিনটোতে পৃথিবীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
  • ২০০১ - চনৰ আজিৰ দিনটোতে মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
  • ২০০৩ - চনৰ আজিৰ দিনটোতে যশ চোপ্ৰালৈ আজিৰ দিনটোতে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

জন্ম

মৃত্যু

  • ২০০৩ - মেদিনী চৌধুৰী, ঔপন্যাসিক, ভ্ৰমণ কাহিনী, বুৰঞ্জীমূলক গ্ৰন্থৰ প্ৰণেতা। ১৯৯৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । 'ফেৰেংগাদাও' তেওঁৰ এখন বহুজন পঠিত জনপ্ৰিয় উপন্যাস ।

দিৱস

  • আজি ম্যানমাৰত শিশু দিৱস
  • আজি বিশ্ব ৰেডিঅ' দিৱস। ২০১২ চনত প্ৰথম ৰেডিঅ' দিৱস পালন কৰা হয়।

তথ্য সংগ্ৰহ