৩০ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
15 নং শাৰী: 15 নং শাৰী:
* ১৯৮১ - জিয়াউৰ ৰহমান, [[বাংলাদেশ|বাংলাদেশৰ]] স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
* ১৯৮১ - জিয়াউৰ ৰহমান, [[বাংলাদেশ|বাংলাদেশৰ]] স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
* ২০১৩ - [[বীণা মজুমদাৰ]], ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী।
* ২০১৩ - [[বীণা মজুমদাৰ]], ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী।
* ২০১৩ - [[ঋতুপৰ্ণ ঘোষ]], ভাৰতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।


== দিৱস ==
== দিৱস ==

19:06, 29 May 2022ৰ সংস্কৰণ

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৩০ মে' (ইংৰাজী: 30 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫০তম (অধিবৰ্ষত ১৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৫টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়।
  • ২০১৯ - শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷

জন্ম

  • ১৯৫৫ - জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্মদিন।
  • ১৯৮০ - ষ্টিভেন জেৰাড, ইংলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৪৩১ - জোৱান অফ আৰ্ক, এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী।
  • ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
  • ১৯২৩ - ভোলানাথ বৰুৱা, অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল।
  • ১৯৬৫ - লুই ইয়েল্ম্‌স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
  • ১৯৮১ - জিয়াউৰ ৰহমান, বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
  • ২০১৩ - বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী।
  • ২০১৩ - ঋতুপৰ্ণ ঘোষ, ভাৰতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।

দিৱস

গোৱা মুক্তি দিৱস।

বহিঃসংযোগ