১ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) টেগ্: উলটিওৱা হৈছে |
দিব্য দত্ত (আলোচনা | বৰঙণি) টেগ্: উলটিওৱা হৈছে |
||
5 নং শাৰী: | 5 নং শাৰী: | ||
* ১৯৩৬ - [[নীলপৱন বৰুৱা]], খ্যাতনামা চিত্ৰশিল্পী। |
* ১৯৩৬ - [[নীলপৱন বৰুৱা]], খ্যাতনামা চিত্ৰশিল্পী। |
||
* ১৯৮৫ - দীনেশ কাৰ্তিক, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ। |
* ১৯৮৫ - দীনেশ কাৰ্তিক, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ। |
||
* ২০০৩ – ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰ’ব কাজাখস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। |
|||
== মৃত্যু == |
== মৃত্যু == |
13:02, 30 May 2022ৰ সংস্কৰণ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫২তম (অধিবৰ্ষত ১৫৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৩টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম
- ১৯২৬ - মেৰিলিন মন্ৰ' এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল । (মৃত্য়ুঃ ০৪/০৮/১৯৬২)
- ১৯৩৬ - নীলপৱন বৰুৱা, খ্যাতনামা চিত্ৰশিল্পী।
- ১৯৮৫ - দীনেশ কাৰ্তিক, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ২০০৩ – ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰ’ব কাজাখস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়।
মৃত্যু
- ১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
- ১৯৬৮ - হেলেন কেলাৰ, মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
- ১৯৮১ - নাৰ্গিছ দত্ত, ভাৰতীয় অভিনেত্ৰী।
- ২০০৪ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া সাহিত্যক তথা গীতিকাৰ।
অন্যান্য
- ১৮৩১ – জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়।
- ২০০১ – নেপালৰ ৰাজকীয় হত্যাকাণ্ড : নেপালৰ ৰাজকুমাৰ দীপেন্দ্ৰই পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰে।
- ২০১১ – ২৫বাৰ সফল উৰণৰ পিছত মহাকাশযান এণ্ডেভাৰে চূড়ান্ত অৱতৰণ সম্পন্ন কৰে।
দিৱস
বাহ্যিক সংযোগ
|