১ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
11 নং শাৰী: 11 নং শাৰী:
* ১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
* ১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
* ১৯৬৮ - [[হেলেন কেলাৰ]], মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
* ১৯৬৮ - [[হেলেন কেলাৰ]], মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
* ১৯৮১ - [[নাৰ্গিছ দত্ত]], ভাৰতীয় অভিনেত্ৰী।
* ১৯৮১ - [[নাৰ্গিছ দত্ত]], ভাৰতীয় অভিনেত্ৰী।
* ১৯৯৬ - [[নীলম সঞ্জীৱ ৰেড্ডী]], ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
* ২০০৪ - [[নিৰ্মলপ্ৰভা বৰদলৈ]], অসমীয়া সাহিত্যক তথা গীতিকাৰ।
* ২০০৪ - [[নিৰ্মলপ্ৰভা বৰদলৈ]], অসমীয়া সাহিত্যক তথা গীতিকাৰ।



17:19, 30 May 2022ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫২তম (অধিবৰ্ষত ১৫৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৩টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

মৃত্যু

  • ১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
  • ১৯৬৮ - হেলেন কেলাৰ, মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
  • ১৯৮১ - নাৰ্গিছ দত্ত, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৯৬ - নীলম সঞ্জীৱ ৰেড্ডী, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
  • ২০০৪ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া সাহিত্যক তথা গীতিকাৰ।

অন্যান্য

  • ১৮৩১ – জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়।
  • ২০০১ – নেপালৰ ৰাজকীয় হত্যাকাণ্ড : নেপালৰ ৰাজকুমাৰ দীপেন্দ্ৰই পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰে।
  • ২০১১ – ২৫বাৰ সফল উৰণৰ পিছত মহাকাশযান এণ্ডেভাৰে চূড়ান্ত অৱতৰণ সম্পন্ন কৰে।

দিৱস

বাহ্যিক সংযোগ