৪ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
2 নং শাৰী: 2 নং শাৰী:
==ঘটনাৱলী==
==ঘটনাৱলী==
* ১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
* ১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
* ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।


==জন্ম==
==জন্ম==

09:33, 31 May 2022ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

৪ জুন (ইংৰাজী: 4 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৫তম (অধিবৰ্ষত ১৫৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১০টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
  • ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।

জন্ম

  • ১৮২৯ - এলান অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা। (মৃত্যু: ৩১ জুলাই ১৯১২)
  • ১৯৪৬ - এচ. পি. বালসুব্ৰাহ্মণ্যম, ভাৰতীয় নেপথ্য সঙ্গীতশিল্পী,সঙ্গীত পৰিচালক আৰু অভিনেতা। (মৃত্য়ু: ২৫/০৯/২০২০)
  • ১৯৭৫ - এঞ্জেলিনা জ'লি, মাৰ্কিন অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱহিতৈষিণী।

মৃত্যু

  • ১৯৭৮ - দীননাথ শৰ্মা, অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। (জন্ম: ১২ নৱেম্বৰ ১৯১৪)
  • ২০২০ - বলিউদৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ বাসু চেটাৰ্জী। (জন্ম: ১০/০১/১৯৩০)

দিৱস

  • আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস।

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ