বৰ্গক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.6.5) (ৰবট যোগ দিছে :bn:বর্গক্ষেত্র
40 নং শাৰী: 40 নং শাৰী:
[[be-x-old:Квадрат]]
[[be-x-old:Квадрат]]
[[bg:Квадрат]]
[[bg:Квадрат]]
[[bn:বর্গক্ষেত্র]]
[[br:Karrez]]
[[br:Karrez]]
[[bs:Kvadrat]]
[[bs:Kvadrat]]

00:52, 11 December 2011ৰ সংস্কৰণ

বর্গক্ষেত্রৰ চিত্র

সমতলীয় জ্যামিতিবর্গক্ষেত্র বুলিলে ৪ দাল সমান বাহু বা ভূজ বিশিষ্ট বহুভূজ, তথা চতুর্ভূজক বুজাই, যাৰ প্রত্যেকটো অন্তঃস্থ কোণ এক সমকোণ বা ৯০ ডিগ্রীৰ সমান হয়।

গণনাসূত্র

এটি বর্গক্ষেত্র, যাৰ প্রতিটো বাহুৰ দৈর্ঘ্য s, তাৰ পৰিসীমাৰ P পৰিমাপৰ সূত্র হ’ল

আৰু বর্গক্ষেত্রটিৰ ক্ষেত্রফল A পৰিমাপৰ সূত্র হ’ল

বর্গ বুলিলে অনেক সময়তেই কোনো সংখ্যাৰ দ্বিতীয় শক্তিমাত্রা (2nd power) বুজোৱাৰ দৰে হৈ থাকে।

বৈশিষ্ট্য

  • বর্গক্ষেত্রৰ প্রতিটো অন্তঃস্থ কোণ এক সমকোণ বা ৯০ ডিগ্রীৰ সমান।
  • বর্গক্ষেত্রৰ কর্ণ দুটি সমান। অন্যভাবে ক’লে, কোনো ৰম্বছৰ কর্ণ দুটি সমান হ’লে তাকে বর্গক্ষেত্র বোলে। বর্গক্ষেত্রৰ কর্ণৰ দৈর্ঘ্য তাৰ বাহুৰ দৈর্ঘ্যৰ (প্রায় ১.৪১) গুন।

অন্যান্য তথ্য

  • যদি এটি বৃত্ত বর্গক্ষেত্রক পৰিবেষ্টন কৰে, তেতিয়া বৃত্তটোৰ ক্ষেত্রফল হ’ল বর্গক্ষেত্রটোৰ ক্ষেত্রফলৰ (প্রায় ২.২২) গুন।
  • কোন বৃত্ত যদি বর্গক্ষেত্রৰ ভিতৰত অন্তঃবৃত্ত হিছাপে থাকে, তেতিয়াহ’লে বৃত্তটোৰ ক্ষেত্রফল বর্গক্ষেত্রটোৰ ক্ষেত্রফলৰ (প্রায় ০.৭৯) গুন।
  • সমান পৰিসীমাৰ বর্গক্ষেত্র নহয়, এনে অৱস্থাত আয়তক্ষেত্রৰ বা ৰম্বছতকৈ বর্গক্ষেত্রৰ আয়তন বেছি হৈ থাকে।

বহিঃসংযোগ