ভাৰত চৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
2 নং শাৰী: 2 নং শাৰী:


{{ভাৰত চৰকাৰ}}
{{ভাৰত চৰকাৰ}}
{{ভাৰত সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰবন্ধ তালিকা}}



[[শ্ৰেণী: ভাৰত]]
[[শ্ৰেণী: ভাৰত]]

16:08, 25 December 2011ৰ সংস্কৰণ

ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়| ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰনকৰ্তা হৈছে ভাৰত চৰকাৰ| ভাৰত চৰকাৰৰ মূখ্য আসন বুলি দিল্লীক বুজাই, যিহেতু চৰকাৰৰ মূখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়|