সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) অNo edit summary |
No edit summary |
||
3 নং শাৰী: | 3 নং শাৰী: | ||
[[File:Wooden hourglass 3.jpg|thumb|150px|right|The flow of [[sand]] in an [[hourglass]] can be used to keep track of elapsed time. It also concretely represents the [[present]] as being between the [[past]] and the [[future]].]] |

সময় হৈছে বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো মাত্ৰা(quantity)ৰ পৰিৱৰ্তনৰ হাৰ যেনে [[পদাৰ্থ]]ৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। |
সময় হৈছে বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো মাত্ৰা(quantity)ৰ পৰিৱৰ্তনৰ হাৰ যেনে [[পদাৰ্থ]]ৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। সংঘটন সমূহৰ লৌকিক স্থানাংক তাৎক্ষণিক বৰ্তমানৰ সাপেক্ষে নিৰৱছিন্ন ভাৱে পৰিৱৰ্ত্তিত হয়। পৰিঘটনা সংঘটিত হয়, আৰু সংঘটনৰ স্থানাংক ক্ৰমে দূৰৱতী অতীতলৈ পৰ্যবসিত হয়। যুগ যুগ ধৰি সময় বা কাল ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ বাবে বহুলভাৱে আলোচ্য বিষয় হৈ আহিছে। সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত ভাৱে সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"। |
||
[[File:ChipScaleClock2 HR.jpg|thumb|Chip-scale [[atomic clock]]s, such as this one unveiled in 2004, are expected to greatly improve GPS location.<ref>{{cite web |url=http://www.nist.gov/public_affairs/releases/miniclock.cfm |title=NIST Unveils Chip-Scale Atomic Clock |date=2004-08-27 |accessdate=2011-06-09}}</ref>]] |

06:05, 30 December 2011ৰ সংস্কৰণ
সময় হৈছে বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো মাত্ৰা(quantity)ৰ পৰিৱৰ্তনৰ হাৰ যেনে পদাৰ্থৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। সংঘটন সমূহৰ লৌকিক স্থানাংক তাৎক্ষণিক বৰ্তমানৰ সাপেক্ষে নিৰৱছিন্ন ভাৱে পৰিৱৰ্ত্তিত হয়। পৰিঘটনা সংঘটিত হয়, আৰু সংঘটনৰ স্থানাংক ক্ৰমে দূৰৱতী অতীতলৈ পৰ্যবসিত হয়। যুগ যুগ ধৰি সময় বা কাল ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ বাবে বহুলভাৱে আলোচ্য বিষয় হৈ আহিছে। সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত ভাৱে সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"।
তথ্যসূত্ৰ
- ↑ "NIST Unveils Chip-Scale Atomic Clock". 2004-08-27. http://www.nist.gov/public_affairs/releases/miniclock.cfm। আহৰণ কৰা হৈছে: 2011-06-09.
|