কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Rudra Matak (আলোচনা | বৰঙণি) No edit summary |
Rudra Matak (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
বেলিটোকে কেতিয়াবা ঘড়ী হেন দেখোঁ |
'''বেলিটোকে কেতিয়াবা ঘড়ী হেন দেখোঁ'''<br /> |
||
[ছেদ' আপন টাইম'ৰ শিল্পী হেমন্ত মিশ্ৰৰ হাতত] -ৰুদ্ৰ সিংহ মটক |
[ছেদ' আপন টাইম'ৰ শিল্পী হেমন্ত মিশ্ৰৰ হাতত] -ৰুদ্ৰ সিংহ মটক |
||
16:32, 10 April 2012ৰ সংস্কৰণ
বেলিটোকে কেতিয়াবা ঘড়ী হেন দেখোঁ
[ছেদ' আপন টাইম'ৰ শিল্পী হেমন্ত মিশ্ৰৰ হাতত] -ৰুদ্ৰ সিংহ মটক
চকুৰ মণিত ট টকে জ্বলি থকা বেলিটোকে
কেতিয়াবা সাইলাখ ঘড়ী হেন দেখোঁ
আৰু
জ্বলি জ্বলি হেৰাই যাব ধৰা কাটাবোৰ থপিয়াই আনি
মোৰ বুকুৰ
ৰঙা তেজত মেলি দিওঁ
থিতাদহে
জানোচা ধৰি ৰাখিব পাৰোঁ মোৰ
শিল্পৰ আয়ুসেৰে--
সভ্যতা
সময়
নক্ষত্ৰ শতাব্দী
_