কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.2) (ৰবট যোগ দিছে :af, an, ar, ay, az, bat-smg, bcl, be, be-x-old, bg, bn, bo, br, bs, ca, ceb, co, cs, cy, de, el, en, eo, es, et, eu, ext, fa, fi, fr, fy, ga, gan, gd, gl, gn, gv, he, hi, hif, hr, hu, ia, id, ig, io, is, ...
deleted nonsense content
1 নং শাৰী: 1 নং শাৰী:
'''কবিতাৰ আত্মা

-রুদ্র সিংহ মটক ।'''

গম

গোলাপৰ গোন্ধ

সৰি পৰা পাত, চকুলোৰ

নিমখ

ইস্পাত আৰু কাৰখানাৰ ধোঁৱা--

এই সকলোবৰেইতো হ'ব পাৰে

কবিতাৰ বিষয়

পিছে আমি মনত ৰখা দৰকাৰ

ধোঁৱাৰ দৰে যাতে কুণ্ডলী পকাই উৰি নাযায় কবিতাৰ

আৱেগ

শব্দৰ কলিজাৰ ভৰপূৰ সেউজ সৌগন্ধ

ইস্পাতৰ তেজ আৰু দৃঢ়তাৰে

টংকাৰি উঠে

কবিতাৰ শাৰীবোৰ

কাৰণ

নাঙলৰ ফালেহে চিনি পায়

মাটি

পলস

আৰু

ঢৌ খেলা শইচ্

[[af:Poësie]]
[[af:Poësie]]

18:02, 11 April 2012ৰ সংস্কৰণ