ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.2+) (ৰবট যোগ দিছে :ar, bg, bn, br, bs, ca, ckb, cs, da, de, el, eo, es, et, eu, fa, fi, fr, ga, gl, he, hi, hr, hu, id, it, ja, kk, ko, la, lb, lmo, lo, lt, lv, mk, ml, ms, my, nl, nn, no, oc, pl, pms, pt, ro, ru, simple, ...
r2.7.1) (ৰবট যোগ দিছে :mn:Рүүтэр
61 নং শাৰী: 61 নং শাৰী:
[[mk:Насочувач]]
[[mk:Насочувач]]
[[ml:റൗട്ടർ]]
[[ml:റൗട്ടർ]]
[[mn:Рүүтэр]]
[[ms:Penghala]]
[[ms:Penghala]]
[[my:ရောက်တာ]]
[[my:ရောက်တာ]]

13:50, 24 April 2012ৰ সংস্কৰণ

চাৰ্নত ১৯৮৭ চনত স্থাপন কৰা এটা Cisco ASM/2-32EM ৰাউটাৰ

কম্পিউটাৰ নেটৱৰ্ক বোৰৰ মাজত ডেটা পেকেট সমূহ সৰবৰাহ কৰিবলৈ ৰাউটাৰ বা ৰুটাৰ (ইংৰাজী: Router) নামৰ সজুলি বিধ ব্যৱহাৰ কৰা হয়। ৰাউটাৰ এটা সাধাৰণতে দুটা বা ততোধিক ডেটা লাইনৰ সহয়ত বিভিন্ন নেটৱৰ্কৰ লগত সংযুক্ত কৰা হয়। যেতিয়া এটা ডেটা পেকেট এটা ডেটা লাইনত আহি উপস্থিত হয় তেতিয়া ৰাউটাৰটোৱে ডেটা পেকেটটোত লিখা থকা ঠিকনা (Message Information) পঢ়ি তাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। তাৰ পিছত ইয়াৰ ৰাউটিং তালিকাৰ (routing table) তথ্য অনুসৰি পেকেটটোক পিছৰটো নেটৱৰ্কলৈ প্ৰেৰণ কৰে। আচলতে ইয়াক নেটৱৰ্কৰ ট্ৰেফিক পুলিচৰ নিচিনা। এটা ডেটা পেকেট নিজৰ লক্ষ্যত উপনীত নহোৱালৈকে ৰাউটাৰৰ সহায়ত এটাৰ পৰা আন এটা নেটৱৰ্কলৈ ভ্ৰমন কৰি থাকে।[1]

বহুলভাবে পৰিচিত ৰাউটাৰ যেনে ঘৰত আৰু সৰু অফিচ আদিত ব্যবহৃত ৰাউটাৰ সমূহে (home and small office routers) সাধাৰণতে ঘৰৰ কম্পিউটাৰ আৰু ডি এছ এল মডেমৰ (DSL modem) মাজতে (যিয়ে আই এছ পিৰ (Internet Service Provider) সহায়ত ইন্টাৰনেট সংযোগ প্ৰদান কৰে) ডেটা যেনে ৱেব পেজ বা ই-মেইল আদি তথ্যৰ আদান প্ৰদান কৰে। ইয়াৰোপৰি বহুতো বেলেগ বেলেগ ৰাউটাৰ পোৱা যায় যিয়ে বিভিন্ন ধৰণৰ নেটৱৰ্কত বিভিন্ন ধৰণে সেৱা আগবঢ়ায়।

তথ্য সংগ্ৰহ

  1. ^ "Overview Of Key Routing Protocol Concepts: Architectures, Protocol Types, Algorithms and Metrics". Tcpipguide.com. Retrieved 15 January 2011.


বাহ্যিক সংযোগ