দক্ষিণ মহাসাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.2) (ৰবট যোগ দিছে :arc:ܐܘܩܝܢܘܣ ܬܝܡܢܝܐ
r2.7.1) (ৰবট যোগ দিছে :als:Südlicher Ozean
18 নং শাৰী: 18 নং শাৰী:


[[af:Suidelike Oseaan]]
[[af:Suidelike Oseaan]]
[[als:Südlicher Ozean]]
[[am:ደቡባዊ ውቅያኖስ]]
[[am:ደቡባዊ ውቅያኖስ]]
[[an:Ocián Glacial Antarctico]]
[[an:Ocián Glacial Antarctico]]

16:34, 5 May 2012ৰ সংস্কৰণ

দক্ষিণ মহাসাগৰ (পৃথিৱীৰ তলভাগ)

দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ (ইংৰাজী: Southern Ocean)হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইন্টাৰনেচনেল হাইড্ৰোগ্ৰাফিক অৰগানাইজেছনে এন্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে। সেই অনুসৰি এই মহাসাগৰখন ৬০° দক্ষিণ অক্ষাংশৰ পৰা এন্টাৰ্কটিকা মহাদেশক আবৰি অৱস্থান কৰি আছে।

দক্ষিণ মহাসাগৰৰ মুঠ ক্ষেত্ৰফল ২,০৩,২৭,০০০ বৰ্গ কিলোমিটাৰ, আৰু উপকূলৰ দৈৰ্ঘ্য ১৭,৯৬৮ কিলোমিটাৰ। আকাৰৰ তুলনাত পাঁচ মহাসাগৰৰ ভিতৰত ইয়াৰ স্থান চতুৰ্থ।

বহিঃসংযোগ