অধিবৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :br:Bloavezh bizeost
r2.7.1) (ৰবট যোগ দিছে :hsb:Přestupne lěto
66 নং শাৰী: 66 নং শাৰী:
[[hi:अधिवर्ष]]
[[hi:अधिवर्ष]]
[[hr:Prijestupna godina]]
[[hr:Prijestupna godina]]
[[hsb:Přestupne lěto]]
[[ht:Bisektil]]
[[ht:Bisektil]]
[[hu:Szökőév]]
[[hu:Szökőév]]

17:57, 5 May 2012ৰ সংস্কৰণ

অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন৷ যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিনঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময় লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘ্ণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷[1]

চিত্ৰ:February-2012-calendar.jpg
২০১২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লিপ ইয়েৰ দেখুওৱা এখন কেলেণ্ডাৰৰ দৃশ্য

গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ

বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ হয়৷ এই অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷[2]

জন্মদিন

যিসকল মানুহে এই দিনটোত জন্মগ্ৰহন কৰে, সেইসকল ইংৰাজীত "leapling" বা "leaper" বুলি কোৱা হয়৷[3] তেখেতসকলে এই জন্মদিনটো চাৰিবছৰৰ পাছতহে পুনৰ পালন কৰিব পাৰে, সেইদিশৰ পৰা চালে এই দিনত জন্ম হোৱা মানুহৰ প্ৰতি চাৰি বছৰৰ পাছতহে এটা জন্মদিন আহে| আনহাতে কিছুমানে এই অসুবিধাৰ বাবে ২৮ ফেব্ৰুৱাৰী নাইবা ১ মাৰ্চত নিজৰ জন্মদিন পালন কৰে৷

এই দিনটোত জন্মগ্ৰহন কৰা কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:-

  1. মোৰাৰজী দেশাই :- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷


তথ্যসূত্ৰ

  1. [1] আজিৰ দৈনিক বাতৰি, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
  2. [2] Leap Year Explained, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
  3. Hall, C. (February 29, 2008). Leap year babies hop through hoops of joy, pain of novelty birthday. Detroit Free Press. Retrieved February 29, 2008. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ