হাউ আই মে'ট ইয়'ৰ মাদাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :mk:Како ја запознав мајка ви
146 নং শাৰী: 146 নং শাৰী:
[[la:How I Met Your Mother]]
[[la:How I Met Your Mother]]
[[lt:Kaip aš susipažinau su jūsų mama]]
[[lt:Kaip aš susipažinau su jūsų mama]]
[[mk:Како ја запознав мајка ви]]
[[ms:How I Met Your Mother]]
[[ms:How I Met Your Mother]]
[[nl:How I Met Your Mother]]
[[nl:How I Met Your Mother]]

16:00, 20 May 2012ৰ সংস্কৰণ

হাউ আই মেট ইয়ৰ মাদাৰ
শৈলী চিটুৱেচন কমেডি
বিন্যাস ভূত কালত বৰ্ণাত্মক
নিৰ্মাতা কাৰ্টাৰ বেইছ্
ক্ৰেইগ থমাছ
অভিনয়ত জ'স ৰেডনৰ
জেসন ছেগাল
কোবেই স্মোল্ডেৰস
এলিছন হেনিগান
নিল পেট্ৰিক হেৰিছ
সূত্ৰধাৰ বব ছাগাত (অস্বীকৃত)
শীৰ্ষ সংগীত দা ছলিডৰ "হেই বিউটিফুল"
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১৪৯
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক কাৰ্টাৰ বেইছ্
পামেলা ফ্ৰাইমেন
ৰব গ্ৰীণবাৰ্গ]
ক্ৰেইগ থমাছ
কেমেৰাৰ ছেটআপ মাল্টি কেমেৰা
দৈৰ্ঘ্য ২২ মিনিট
ষ্টুডিঅ’ বেইছ্ এণ্ড থমাছ প্ৰডাকচনচ্
টুৱেন্টিঠ চেঞ্চুৰি ফক্স
সম্প্ৰচাৰ
মূল ছেনেল চিবিএস
দৃশ্যৰ ফৰমেট 480i (4:3 SDTV)
1080i (16:9 HDTV)
প্ৰদৰ্শনৰ সময় ১৯ চেপ্টেম্বৰ, ২০০৫ – বৰ্তমানলৈ

হাউ আই মেট ইয়ৰ মাদাৰ (ইংৰাজী: How I Met Your Mother; অসমীয়া: মই তোমালোকৰ মাক কেনেকৈ লগ পালোঁ) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক। ই পোন প্ৰথমৰ বাবে প্ৰচাৰিত হৈছিল ২০০৫ চনৰ ১৯ চেপ্টেম্বৰত চিবিএস ছেনেলত। বৰ্তমানলৈ ধাৰাবাহিকখনৰ সাতটা শৃংখলা (ছিজন) প্ৰচাৰিত হৈছে।

ভাৰতত ইয়াক ষ্টাৰ ৱৰ্ল্ড ছেনেলযোগে প্ৰদৰ্শিন কৰা হয়।

প্লট

ধাৰাবাহিকখনৰ কাহিনী হৈছে নিউ য়ৰ্ক মহানগৰৰ এজন স্থাপতিবিদ টেড ম'জবি (জ'স ৰেডনৰ)-ৰ সঁচা প্ৰেমৰ, তেওঁৰ পত্নিক লগ পোৱাৰ বিষয়ে, যি তেওঁ ২০৩০ চনত নিজৰ পুত্ৰ আৰু কন্যাৰ আগত বৰ্ণনা কৰি থাকে। ফ্লেছবেকৰ দ্বাৰা প্ৰদৰ্শন কৰা কাহিনীৰ আৰম্ভ হয় ২০০৫ বৰ্ষৰ পৰা। উল্লেখিত লক্ষ্য আগতলৈ টেড আৰু তেওঁৰ বন্ধু মাৰ্সেল এৰিকছন (জেসন ছেগাল), ৰবিন সাৰ্বাটস্কী (কোবেই স্মোল্ডেৰস), লিলি অলড্ৰিন (এলিছন হেনিগান) আৰু বাৰ্ণি ষ্টিনছন (নিল পেট্ৰিক হেৰিছ)-ৰ জীৱনত ঘটা আনুসাংগিক ঘটনাই হৈছে ধাৰাবাহিকখনৰ উপজীব্য।

মূল চৰিত্ৰসমূহ

টেড ম'জবি মাৰ্সেল এৰিকছন ৰবিন সাৰ্বাটস্কী লিলি অলড্ৰিন বাৰ্ণি ষ্টিনছন
জ'স ৰেডনৰ জেসন ছেগাল কোবেই স্মোল্ডেৰস এলিছন হেনিগান নিল পেট্ৰিক হেৰিছ

শৃংখলাসমূহৰ তালিকা

শৃংখলা নং সময় (ইষ্টাৰ্ণ টাইম) শৃংখলাৰ আৰম্ভনি শৃংখলাৰ সমাপ্তি টিভি বৰ্ষ স্থান দৰ্শক (নিযুতত)
সোমবাৰ নিশা ৮:৩০ বজা (১৯ চেপ্টেম্বৰ, ২০০৫ – ১৫ মে, ২০০৬) ১৯ চেপ্টেম্বৰ, ২০০৫ ১৫ মে, ২০০৬ ২০০৫-২০০৬ #৪৩[1] ৯.৪৭[1]
সোমবাৰ নিশা ৮:৩০ বজা (১৮ চেপ্টেম্বৰ, ২০০৬ – ২ অক্টোবৰ, ২০০৬)
সোমবাৰ নিশা ৮:০০ বজা (৯ অক্টোবৰ, ২০০৬ – ১৪ মে, ২০০৭)
১৮ চেপ্টেম্বৰ, ২০০৬ ১৪ মে, ২০০৭ ২০০৬-২০০৭ #৬১[2] ৮.৫০[2]
সোমবাৰ নিশা ৮:০০ বজা (২৪ চেপ্টেম্বৰ, ২০০৭ – ১০ মাৰ্চ, ২০০৮)
সোমবাৰ নিশা ৮:৩০ বজা (১৭ মাৰ্চ, ২০০৮ – ১৯ মে, ২০০৮)
২৪ চেপ্টেম্বৰ, ২০০৭ ১৯ মে, ২০০৮ ২০০৭-২০০৮ #৭০[3] ৮.২১[3]
সোমবাৰ নিশা ৮:৩০ বজা (২২ চেপ্টেম্বৰ, ২০০৮ – ১৮ মে, ২০০৯) ২২ চেপ্টেম্বৰ, ২০০৮ ১৮ মে, ২০০৯ ২০০৮-২০০৯ #৪৯[4] ৯.৪২[4]
সোমবাৰ নিশা ৮:০০ বজা (২১ চেপ্টেম্বৰ, ২০০৯ – ২৪ মে, ২০১০) ২১ চেপ্টেম্বৰ, ২০০৯ ২৪ মে, ২০১০ ২০০৯-২০১০ #৪২[5] ৮.৬০[5]
সোমবাৰ নিশা ৮:০০ বজা (২০ চেপ্টেম্বৰ, ২০১০ – মে ২০১১) ২০ চেপ্টেম্বৰ, ২০১০ ১৬ মে, ২০১১ ২০১০-২০১১ #৪৮[6] ৮.৭৯[6]
সোমবাৰ নিশা ৮:০০ বজা (১৯ চেপ্টেম্বৰ, ২০১১ – বৰ্তমানলৈ) ১৯ চেপ্টেম্বৰ, ২০১১ ২০১১-২০১২

তথ্যসূত্ৰ

বাহিৰা সংযোগ