বৰ্গক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.3) (ৰবট পৰিবৰ্তন কৰিছে: sn:Skweya; cosmetic changes
r2.7.2) (ৰবট যোগ দিছে :so:Labajibaarane
150 নং শাৰী: 150 নং শাৰী:
[[sl:Kvadrat (geometrija)]]
[[sl:Kvadrat (geometrija)]]
[[sn:Skweya]]
[[sn:Skweya]]
[[so:Labajibaarane]]
[[sr:Квадрат]]
[[sr:Квадрат]]
[[su:Pasagi bener]]
[[su:Pasagi bener]]

08:54, 27 May 2012ৰ সংস্কৰণ

বৰ্গ

A square is a regular quadrilateral.
বাহু আৰু শীৰ্ষ 4
Schläfli symbol {4}
Coxeter–Dynkin diagrams
Symmetry group Dihedral (D4)
ক্ষেত্ৰফল t2 (with t = edge length)
আন্তঃকোণ (ডিগ্ৰী) 90°
Dual polygon dual polygon of this shape
বৈশিষ্ট convex, cyclic, equilateral, isogonal, isotoxal
Construction of a square using a compass and straightedge.

বৰ্গক্ষেত্ৰ হৈছে চাৰিডাল সমান জোখৰ বাহুৰে আবৰা ৯০ ডিগ্ৰীৰ (সমকোণ) আন্তঃকোণ বিশিষ্ট সমতলীয় ক্ষেত্ৰ।

গাণিতিক ধৰ্ম

  • পৰিসীমা
  • কালি বা ক্ষেত্ৰফল
এটা বাহুৰ দৈৰ্ঘ্য

অন্যান্য

  • কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো (power) বৰ্গ বোলে
  • এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ (প্ৰায় ২.২২) গুন।
  • কোনো বৰ্গক্ষেত্ৰৰ অন্তঃবৃত্তৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ (প্ৰায় ০.৭৯) গুন।
  • সমান পৰিসীমাৰ অন্য চতুৰ্ভুজতকৈ বৰ্গক্ষেত্ৰৰ কালি বেছি।

অ-ইউক্লিডীয় জ্যামিতি

অ-ইউক্লিডীয় জ্যামিতিত বৰ্গক্ষেতত্ৰ হৈছে চাৰিডাল বাহুবিশিষ্ট সুসম (সমান আন্তঃকোণ বিশিষ্ট) চতুৰ্ভুজ। গোলকীয় জ্যামিতিত (spherical geometry) চাৰিডাল মহাবৃতাংশৰে (great circle arc) আবৰা সমান আন্তঃকোণ বিশিষ্ট বহুভুজ। অতিগোলকীয় জ্যামিতিত (:en:hyperbolic geometry|hyperbolic geometry]]) বৰ্গক্ষেত্ৰ নাই। Examples:


Six squares can tile the sphere with 3 squares around each vertex and 120 degree internal angles. This is called a spherical cube. The Schläfli symbol is {4,3}.

Squares can tile the Euclidean plane with 4 around each vertex, with each square having an internal angle of 90 degrees. The Schläfli symbol is {4,4}.

Squares can tile the

Hyperbolic plane with 5 around each vertex, with each square having 72 degree internal angles. The Schläfli symbol is {4,5}.

গ্ৰাফ থিয়'ৰি

গ্ৰাফ থিয়ৰিত K4 সম্পূৰ্ণ গ্ৰাফ সকলো শীৰ্ষবিন্দু ৰেখাৰে সংযোগ কৰি অংকিত এটা বৰ্গক্ষেত্ৰৰ দ্বাৰা দৰ্শোৱা হয়। এটা সুসম চতুৰ্ফলকৰ সমান্তৰাল প্ৰক্ষেপনকো ইয়াৰ দ্বাৰা সূচাব পাৰি।


3-simplex (3D)


বহিঃসংযোগ