ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসমৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{ৱিকিপ্ৰকল্পৰ বিষয়ে জাননী}} ==লক্ষ্য== এই প্ৰকল্পৰ প্ৰধান উদ্...
 
No edit summary
2 নং শাৰী: 2 নং শাৰী:


==লক্ষ্য==
==লক্ষ্য==
এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত অসমৰ জিলা আৰু ইয়াৰ অন্তৰ্গত, চহৰ , নগৰ, গাঁও পঞ্চায়ত, আৰু ইয়াৰ সম্পৰ্কীয় তথ্য সংযোগ কৰি অসমীয়া ৱিকিপিডিয়াত এই সম্পৰ্কীয় প্ৰবন্ধৰ মান উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।
এই প্ৰকল্পৰ যোগেদি অসমীয়া ৱিকিপিডিয়াত [[অসমৰ জিলা]] আৰু ইয়াৰ অন্তৰ্গত সমূহ চহৰ, নগৰ, মহকুমা, গাঁও পঞ্চায়ত ইত্যাদিৰ বিতং তথ্য সংযোজন আৰু কৰি এনে প্ৰবন্ধৰ মান উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।


{{-}}
{{-}}

17:48, 13 June 2012ৰ সংস্কৰণ

লক্ষ্য

এই প্ৰকল্পৰ যোগেদি অসমীয়া ৱিকিপিডিয়াত অসমৰ জিলা আৰু ইয়াৰ অন্তৰ্গত সমূহ চহৰ, নগৰ, মহকুমা, গাঁও পঞ্চায়ত ইত্যাদিৰ বিতং তথ্য সংযোজন আৰু কৰি এনে প্ৰবন্ধৰ মান উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।



অংশগ্ৰহনকাৰী সদস্যসকলৰ নাম

  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:38, 13 জুন 2012 (UTC)


নিৰ্ধাৰিত কৰ্মসূচী

অসমৰ জিলা শীৰ্ষক পৰবন্ধৰ নিয়মিত পৰিচৰ্যা আৰু লগতে নিম্নোক্ত ২৭ খন জিলাৰ বিষয়ে বিতং তথ্য সংযোজন|
  1. উত্তৰ কাছাৰ
  2. ওদালগুৰি
  3. কৰিমগঞ্জ
  4. কাছাৰ
  5. কামৰূপ
  6. কামৰূপ মহানগৰ
  7. কাৰ্বি আংলং
  8. কোকৰাঝাৰ
  9. গোলাঘাট
  10. গোৱালপাৰা
  11. চিৰাং
  12. ডিব্ৰুগড়
  13. তিনিচুকীয়া
  14. দৰং
  15. ধুবুৰী
  16. ধেমাজি
  17. নগাওঁ
  18. নলবাৰী
  19. বঙাইগাওঁ
  20. বৰপেটা
  21. বাক্সা
  22. মৰিগাওঁ
  23. যোৰহাট
  24. লখিমপূৰ
  25. শিৱসাগৰ
  26. শোণিতপুৰ
  27. হাইলাকান্দি



নবাগতসকলৈ একাষাৰ

ৱিকিপিডিয়া প্ৰবন্ধ লিখা একেবাৰে সহজ কাম, ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰৰ বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই। যিকোনো ধৰণৰ অসুবিধা পালে আপোনাক সহায় কৰিবলৈ অভিজ্ঞ সদস্যসকল আগবাঢ়ি আহিবই। গতিকে হেলা কিহৰ? আহক সকলোৱে মিলি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখা আৰম্ভ কৰোঁ। প্ৰবন্ধৰ সৰল সম্পাদনাত আপুনি এবাৰ চকু ফুৰাব পাৰে।



অভিজ্ঞ সদস্যসকলৰ বাবে

অসম ভূগোল সম্পৰ্কীয় পোখালিসমূহৰ চিনাক্ত কৰি সঠিক শ্ৰেণীবিভাজন কৰে যেন। লগতে চুটি প্ৰবন্ধসমূহত {{Assam-geo-stub}} যোগ দিবলৈ আহ্বান জনোৱা হ’ল।


বাহ্যিক অনুসন্ধান


Directory ৱিকিপ্ৰকল্পসমূহৰ পঞ্জী

 

Council ৱিকিপ্ৰকল্প সদন

 

Guide ৱিকিপ্ৰকল্পসমূহৰ অৱলোকন