ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
39 নং শাৰী: 39 নং শাৰী:
|signature = Rajiv Gandhi Signature.svg
|signature = Rajiv Gandhi Signature.svg
}}
}}

'''ৰাজীৱ ৰত্ন গান্ধী''' {{IPAc-en|'|r|ɑː|dʒ|iː|v|_|ˈ|ɡ|ɑː|n|d|iː}} ({{audio|Hi-RajivGandhi.ogg|উচ্চাৰণ}}; [[ভাৰতবৰ্ষ]]ৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল(১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ ''কম বয়সীয়া প্ৰধানমন্ত্ৰী'' হিচাপে পৰিগণিত হয়।

ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ইণ্ডিয়ান নেছনেল কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।

17:46, 18 June 2012ৰ সংস্কৰণ

ৰাজীৱ ৰত্ন গান্ধী
চিত্ৰ:Rajiv Gandhi, PM of India official portrait from the PM of India website.jpg
ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
৩১ অক্টোবৰ ১৯৮৪ – ২ ডিচেম্বৰ ১৯৮৯
ৰাষ্ট্ৰপতি Zail Singh
ৰামস্বামী ভেংকটৰমন
পূৰ্বসূৰী ইন্দিৰা গান্ধী
উত্তৰসূৰী ভি পি সিং
Minister of External Affairs
কাৰ্যকাল
২৫ জুলাই, ১৯৮৭ – ২৫ জুন, ১৯৮৮
পূৰ্বসূৰী নাৰায়ণ দত্ত তিৱাৰী
উত্তৰসূৰী Narasimha Rao
কাৰ্যকাল
৩১ অক্টোবৰ ১৯৮৪ – ২৫ছেপ্তেম্বৰ ১৯৮৫
পূৰ্বসূৰী ইন্দিৰা গান্ধী
উত্তৰসূৰী বালি ৰাম ভগত
বৃত্ত মন্ত্ৰী
কাৰ্যকাল
২৪ জানুৱাৰি, ১৯৮৭ – ২৫ জুলাই, ১৯৮৭
পূৰ্বসূৰী ভি পি সিং
উত্তৰসূৰী নাৰায়ণ দত্ত তিৱাৰী
প্ৰতিৰক্ষা মন্ত্ৰী
কাৰ্যকাল
২৫ছেপ্তেম্বৰ ১৯৮৫ – ২৪ জানুৱাৰি, ১৯৮৭
পূৰ্বসূৰী Narasimha Rao
উত্তৰসূৰী ভি পি সিং
ব্যক্তিগত তথ্য
জন্ম ২০ আগষ্ট, ১৯৪৪
বম্বে, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ২১ মে', ১৯৯১ (৪৬ বছৰ)
Sriperumbudur, India
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ছোনিয়া গান্ধী
সন্তান ৰাহুল গান্ধী
প্ৰিয়ংকা গান্ধী
শিক্ষানুষ্ঠান ত্ৰিনিটি কলেজ, কেমব্ৰিজ
ইম্পেৰিয়েল কলেজ, লণ্ডন
স্বাক্ষৰ চিত্ৰ:Rajiv Gandhi Signature.svg

ৰাজীৱ ৰত্ন গান্ধী /ˈrɑːv ˈɡɑːnd/ (এই শব্দটোৰ বিষয়ে উচ্চাৰণ ; ভাৰতবৰ্ষৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল(১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।

ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীৰ বৰপুত্ৰ আছিল। তেওঁ ট্ৰিনিটি কলেজ, কেমব্ৰিজ আৰু তাৰ পিছত লণ্ডনইম্পেৰিয়েল কলেজত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, এণ্ট'নিয়া এলবিনা মাইন' লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ ইণ্ডিয়ান এয়াৰলাইঞ্চৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, ইণ্ডিয়ান নেছনেল কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।