মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
18 নং শাৰী: 18 নং শাৰী:
|website = [http://www.morigaon.nic.in www.morigaon.nic.in]
|website = [http://www.morigaon.nic.in www.morigaon.nic.in]
}}
}}

'''মৰিগাঁও জিলা''' [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ সাতাইশখন [[অসমৰ জিলা|জিলা]]ৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো [[মৰিগাঁও]]৷ পূৰ্বতে মৰিগাঁও [[নগাঁও জিলা]]ৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷
'''মৰিগাঁও জিলা''' [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ সাতাইশখন [[অসমৰ জিলা|জিলা]]ৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো [[মৰিগাঁও]]৷ পূৰ্বতে মৰিগাঁও [[নগাঁও জিলা]]ৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷



12:36, 21 June 2012ৰ সংস্কৰণ

মৰিগাঁও জিলা
—  জিলা  —
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ মৰিগাঁও
মাটিকালি
 - মুঠ ১,৫৫০ কি.মি. 
(৫৯৮.৫ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৯,৫৭,৮৫৩ জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
ৱেবছাইট www.morigaon.nic.in

মৰিগাঁও জিলা ভাৰতঅসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷

ভূগোল

মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷ কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে ৷ কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰক্ষ্মপুত্ৰ নদীত পৰিছেগৈ ৷ জিলাখনৰ সাধাৰণ ৰূপ অতিকৈ আকৰ্ষণীয় ৷

অৰ্থতন্ত্ৰ

২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০ খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ [Districts of India | ৬৪০ জিলা]ৰ ভিতৰত) ৷ এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনিৰ' অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১ খন জিলাৰ ভিতৰত অন্যতম ৷[1]

অন্য

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।

  1. Ministry of Panchayati Raj (September 8, 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: September 27, 2011.