প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
6 নং শাৰী: 6 নং শাৰী:
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে৷
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে৷

* [[বায়ু প্ৰদূষণ]]
* '''বায়ু প্ৰদূষণ'''
বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্রভাব পেলাব পৰা ক্ষতিকাৰী পদার্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিত বায়ু প্রদূষন হোৱা বুলি কোৱা যায়।

* [[পানী (জল) প্ৰদূষণ]]
* '''পানী (জল) প্ৰদূষণ'''
খোৱা পানী বা সমুদ্রৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদার্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থইতিত পানী প্রদূষন হোৱা বুলি কোৱা যায়।

* [[শব্দ প্ৰদূষণ]]
* '''শব্দ প্ৰদূষণ'''
কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ উপৰত বিৰুপ প্রভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্রদূষণ হোৱা বুলি কও।

* [[তেজস্ক্ৰীয় প্ৰদূষণ]]
* '''তেজস্ক্ৰীয় প্ৰদূষণ'''
* [[স্থল প্ৰদূষণ]]
* '''স্থল প্ৰদূষণ'''
ক্রুটিপুর্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱর্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে হোৱা মাটিৰ ব্যাপক দুর্ব্যৱহাৰৰ ফলত পৃথিৱীৰ ভূসমতল ভাগৰ অৱনতি ঘটাকে আমি সাধাৰনতে স্থল প্রদূষণ বুলি কও।

==প্ৰভাৱ==
==প্ৰভাৱ==

11:10, 3 July 2012ৰ সংস্কৰণ

২য় বিশ্বযুদ্ধৰ সময়ৰ এটা কাৰখানাৰ পৰা নিৰ্গত বায়ু প্ৰদূষণ

মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰোজেন আৰু বায়ুত থকা অক্সিজেন কাৰ্বন-ডাই-অক্সাইড আদি) নষ্ট কৰে৷ তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ৷

প্ৰকাৰভেদ

প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে৷

  • বায়ু প্ৰদূষণ

বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্রভাব পেলাব পৰা ক্ষতিকাৰী পদার্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিত বায়ু প্রদূষন হোৱা বুলি কোৱা যায়।

  • পানী (জল) প্ৰদূষণ

খোৱা পানী বা সমুদ্রৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদার্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থইতিত পানী প্রদূষন হোৱা বুলি কোৱা যায়।

  • শব্দ প্ৰদূষণ

কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ উপৰত বিৰুপ প্রভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্রদূষণ হোৱা বুলি কও।

  • তেজস্ক্ৰীয় প্ৰদূষণ
  • স্থল প্ৰদূষণ

ক্রুটিপুর্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱর্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে হোৱা মাটিৰ ব্যাপক দুর্ব্যৱহাৰৰ ফলত পৃথিৱীৰ ভূসমতল ভাগৰ অৱনতি ঘটাকে আমি সাধাৰনতে স্থল প্রদূষণ বুলি কও।

প্ৰভাৱ

মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ।

মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ

পৰিৱেশৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ

প্ৰদূষণ নিয়ন্ত্ৰণ