ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
বানান
17 নং শাৰী: 17 নং শাৰী:

'''ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা''' (United Nations Educational, Scientific, and Cultural Organization) বা '''ইউনেস্কো''' (UNESCO) হৈছে [[ৰাষ্ট্ৰসংঘ|ৰাষ্ট্ৰসংঘৰ]] এটা বিশেষ সংস্থা। বিশ্বৰ [[শিক্ষা]], [[বিজ্ঞান]] আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত [[লণ্ডন|লণ্ডনত]] হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা [[ৰাষ্ট্ৰসংঘ|ৰাষ্ট্ৰসংঘৰ]] সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। [[পেৰিছ|পেৰিছত]] ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।<ref name="ইউনেস্কো">{{cite web | url=http://www.unesco.org/new/en/unesco/about-us/who-we-are/introducing-unesco/ | title=ইউনেস্কো কাৰ্যালয়ৰ ৱেবচাইট | accessdate=২৯ ডিচেম্বৰ, ২০১১}}</ref>

== ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল==
প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে<ref>UNESCO official site: [http://www.unesco.org/new/en/unesco/about-us/who-we-are/history/directors-general/ Directors-General]</ref>:
{| class="wikitable" width=100%
|+ৰাষ্ট্ৰসংঘৰ সঞ্চালক
|- bgcolor=#069933
! দেশ
! নাম
! কাৰ্য্যকাল
! মন্তব্য
|-
| {{flag|বুলগেৰিয়া}}
| [[ইরিনা বোকোভা]]
| align="center" | ২০০৯ - বর্তমান
|
|-
| {{flag|জাপান}}
| [[কোইচিরো মাতসুরা]]
| align="center" | ১৯৯৯ - ২০০৯
|
|-
| {{flag|স্পেইন}}
| [[ফেদেরিকো মেয়র জারাগোজা]]
| align="center" | ১৯৮৭ - ১৯৯৯
|
|-
| {{flag|ছেনেগাল}}
| [[আমাদৌ-মাহতার এম'বো]]
| align="center" | ১৯৭৪ - ১৯৮৭
|
|-
| {{flag|ফ্ৰান্স}}
| [[রেনে মাহেউ]]
| align="center" | ১৯৬১ - ১৯৭৪
| ১৯৬১ সালে ভারপ্রাপ্ত মহাপরিচালক
|-
| {{flag|ইটালি}}
| [[ভিত্তোরিনো ভেরোনেসে]]
| align="center" | ১৯৫৮ - ১৯৬১
|
|-
| {{flag|আমেৰিকা যুক্তৰাষ্ট্ৰ}}
| [[লুথার ইভান্স]]
| align="center" | ১৯৫৩ - ১৯৫৮
|
|-
| {{flag|আমেৰিকা যুক্তৰাষ্ট্ৰ}}
| [[জন উইলকিন্সন টেলর]]
| align="center" | ১৯৫২ - ১৯৫৩
| ১৯৫২ - ৫৩ সালে ভারপ্রাপ্ত মহাপরিচালক
|-
| {{flag|মেক্সিকো}}
| [[জৈমি তোরেস বোদেত]]
| align="center" | ১৯৪৮ - ১৯৫২
|
|-
| {{flag|আমেৰিকা যুক্তৰাষ্ট্ৰ}}
| [[জুলিয়ান হাক্সলে]]
| align="center" | ১৯৪৬ - ১৯৪৮
|
|}

==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

16:55, 16 October 2012ৰ সংস্কৰণ

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ধৰণ বিশেষজ্ঞ সংস্থা
সক্ৰিয়তা সক্ৰিয়
ৱেবছাইট www.unesco.org

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।[1]

ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল

প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে[2]:

ৰাষ্ট্ৰসংঘৰ সঞ্চালক
দেশ নাম কাৰ্য্যকাল মন্তব্য
 বুলগেৰিয়া ইরিনা বোকোভা ২০০৯ - বর্তমান
 জাপান কোইচিরো মাতসুরা ১৯৯৯ - ২০০৯
 স্পেইন ফেদেরিকো মেয়র জারাগোজা ১৯৮৭ - ১৯৯৯
 ছেনেগাল আমাদৌ-মাহতার এম'বো ১৯৭৪ - ১৯৮৭
 ফ্ৰান্স রেনে মাহেউ ১৯৬১ - ১৯৭৪ ১৯৬১ সালে ভারপ্রাপ্ত মহাপরিচালক
 ইটালী ভিত্তোরিনো ভেরোনেসে ১৯৫৮ - ১৯৬১
 আমেৰিকা যুক্তৰাষ্ট্ৰ লুথার ইভান্স ১৯৫৩ - ১৯৫৮
 আমেৰিকা যুক্তৰাষ্ট্ৰ জন উইলকিন্সন টেলর ১৯৫২ - ১৯৫৩ ১৯৫২ - ৫৩ সালে ভারপ্রাপ্ত মহাপরিচালক
 মেক্সিকো জৈমি তোরেস বোদেত ১৯৪৮ - ১৯৫২
 আমেৰিকা যুক্তৰাষ্ট্ৰ জুলিয়ান হাক্সলে ১৯৪৬ - ১৯৪৮

তথ্যসূত্ৰ

  1. "ইউনেস্কো কাৰ্যালয়ৰ ৱেবচাইট". http://www.unesco.org/new/en/unesco/about-us/who-we-are/introducing-unesco/। আহৰণ কৰা হৈছে: ২৯ ডিচেম্বৰ, ২০১১. 
  2. UNESCO official site: Directors-General

বাহ্যিক সংযোগ