আদিবাসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। আদিবাসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:

  • সাধাৰণ ধাৰণা:
    • খিলঞ্জীয়া লোক বা আদিবাসী লোক বা ভূমিপুত্ৰ: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা
  • ভাৰতত ব্যৱহাৰ:
    • আদিবাসী: ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ
    • অনুসূচীত জনজাতি: ভাৰতৰ সংবিধানে জনজাতিসকলক প্ৰদান কৰা ন্যায়িক সংজ্ঞা
    • অসমৰ চাহ জনগোষ্ঠী: অসমৰ চাহ জনগোষ্ঠীসকল অসমত আদিবাসী নামেৰেও পৰিচিত