ইলা মিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইলা মিত্ৰ

১৯৫৫ চনত ইলা মিত্ৰ
Member of the
West Bengal Legislative Assembly
for মানিকতলা
কাৰ্যকাল
১৯৬২ – ১৯৭১, ১৯৭২-১৯৭৭
পূৰ্বসূৰী ৰনেন্দ্ৰ নাথ সেন, অনিলা দেৱী
উত্তৰসূৰী অনিলা দেৱী, সুহৃদ মাল্লিক চৌধুৰী
সমষ্টি মানিকতলা
ব্যক্তিগত তথ্য
জন্ম
ইলা সেন

১৮ অক্টোবৰ, ১৯২৫
কলকতা, বেংগল প্ৰেচিডেন্সি, বৃটিছ ভাৰত
মৃত্যু ১৩ অক্টোবৰ, ২০০২ (৭৬ বছৰ)
কলকতা, ভাৰত
ৰাজনৈতিক দল ভাৰতৰ কমিউনিষ্ট পাৰ্টী
দাম্পত্যসঙ্গী ৰমেন্দ্ৰ মিত্ৰ

ইলা মিত্ৰ (ইংৰাজী: Ila Mitra; ১৮ অক্টোবৰ ১৯২৫ – ১৩ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা আছিল৷

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মিত্ৰৰ পূৰ্বপুৰুষসকল বৰ্তমান বৰ্তমান বাংলাদেশৰ ঝিনাইদহ জিলাৰ বাগুটিয়া গাঁৱৰ আছিল।[1][2] ১৯২৫ চনৰ ১৮ অক্টোবৰ তাৰিখে কলকাতাত ইলা মিত্ৰৰ জন্ম হয়;[3] জন্ম সময়ত তেওঁৰ নাম আছিল ইলা সেন৷ তেওঁ ক্ৰমান্বয়ে ১৯৪২ আৰু ১৯৪৪ চনত কলিকতাৰ বেথুন মহাবিদ্যালয়ৰ পৰা আইএ আৰু বিএ পৰীক্ষা সম্পূৰ্ণ কৰে।[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Ila Mitra - Revolutionary, Trailblazer" (en ভাষাত). The Daily Star. 2015-10-17. http://www.thedailystar.net/in-focus/ila-mitra-revolutionary-trailblazer-158164. 
  2. "Ancestral home of Ila Mitra lies uncared for". Dhaka Tribune. 2016-10-23. https://www.dhakatribune.com/bangladesh/2016/10/23/ancestral-home-ila-mitra-lies-uncared। আহৰণ কৰা হৈছে: 2020-08-01. 
  3. 3.0 3.1 Mesba Kamal (2012). "Mitra, Ila". In Sirajul Islam and Ahmed A. Jamal. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Mitra,_Ila.