ছত্তীসগঢ়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছত্তীসগঢ়
—  ৰাজ্য  —


ছত্তীসগঢ়ৰ অৱস্থান
স্থানাঙ্ক 21°16′N 81°36′E / 21.27°N 81.60°E / 21.27; 81.60
দেশ  ভাৰত
ৰাজ্য ছত্তীসগঢ়
জিলাৰ সংখ্যা 18
Established ১ নৱেম্বৰ ২০০০ (2000-11-01)
ৰাজধানী ৰায়পুৰ
মহানগৰ ৰায়পুৰ
ৰাজ্যপাল আনন্দীবেন পেটেল
মুখ্যমন্ত্ৰী ভূপেশ বাঘেল
বিধানসভা (আসন) Unicameral (90)
জনসংখ্যা

ঘনত্ব

2,07,95,956 (17th)

108 /কিমি (280 /বৰ্গ মাইল)

চৰকাৰী ভাষা Chhattisgarhi, Hindi,Telugu
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >135194 km2 (52199 sq mi)
ISO 3166-2 IN-CT
ৱেবছাইট www.chhattisgarh.nic.in

ছত্তীসগঢ় (হিন্দী: छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।

ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্য প্ৰদেশ, পশ্চিমে মহাৰাষ্ট্ৰ, দক্ষিণে অন্ধ্ৰ প্ৰদেশ, পূবে উৰিষ্যা, উত্তৰ-পূবে ঝাড়খণ্ড আৰু উত্তৰে উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত।

পূৰ্বীয় হিন্দী ভাষাৰ এক উপভাষা "ছত্তীসগঢ়ি" ভাষা ইয়াৰ প্ৰধান ভাষা আৰু হিন্দীৰ লগতে ৰাজ্যৰ চৰকাৰী ভাষাৰূপে স্বীকৃত।

জিলা[সম্পাদনা কৰক]

ক্ৰম কোড জিলা চহৰ জন সংখ্য (২০০১) মাটিকালি (বৰ্গ কিমি) জনঘনত্ব (বৰ্গ কিমি)
1 BA বস্তৰ জগদল পূৰ 1302253 14968 87
2 BI বিলাস পূৰ বিলাস পূৰ 1993042 8270 241
3 DA দন্তেবাডা দন্তেবাডা 719065 17538 41
4 DH ধম্তাৰি ধম্তাৰি 703569 3383 208
5 DU দুৰ্গ দুৰ্গ 2801757 8542 328
6 JA জশ পূৰ জশ পূৰ 739780 5825 127
7 JC জঞ্জগিৰ - চম্পা জঞ্জগিৰ 1316140 3848 342
8 KB কোৰ্বা কোৰ্বা 1012121 6615 153
9 KJ কোৰিয়া কোৰিয়া 585455 6578 89
10 KK কন্কৈৰ কন্কৈৰ 651333 6513 100
11 KW কবৰ্থা কবৰ্থা 584667 4237 138
12 MA মহাসমুন্দ মহাসমুন্দ 860176 4779 180
13 RG ৰায়গঢ ৰায়গঢ 1265084 7068 179
14 RN ৰাজনন্দগও ৰাজনন্দগও 1281811 8062 159
15 RP ৰায় পূৰ ৰায় পূৰ 3009042 13083 230
16 SU সুৰ্গুজা অন্বিকা পূৰ 1970661 15765 125

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]