ছালাফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছালাফ' (আৰবী: سلف) বুলিলে ইছলাম ধৰ্মানুসৰি সাধাৰণতে নবী মুহাম্মাদ (ছাঃ) আৰু তেওঁৰ পৰৱৰ্তী তিনি প্ৰজন্মক বুজোৱা হয়।[1]

দ্বিতীয় প্ৰজন্ম[সম্পাদনা কৰক]

তাবিঈন, ছাহাবাসকলৰ উত্তৰসূৰী।

তৃতীয় প্ৰজন্ম[সম্পাদনা কৰক]

তাবা তাবিঈন, তাবিঈনসকলৰ উত্তৰসূৰী।

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Lacey, Robert (2009). Inside the Kingdom, Kings, Clerics, Modernists, Terrorists, and the Struggle for Saudi Arabia. প্ৰকাশক New York: Viking. পৃষ্ঠা. 9.