জিভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিভা বা জিহ্বা (Tongue) মুখগহ্বৰৰ মজিয়াত এখন ডাঙৰ তথা ডাঠ মঙহাল বহিঃসাৰী (Protrusible) আৰু সংবেদনশীল জিহ্বা থাকে। জিহ্বাখন মুখগহ্বৰৰ মজিয়াত ফ্ৰিনুলাম (Frenulum) নামৰ লিগামেন্টৰ দ্বাৰা জিহ্বাখন স্তৰীভূত অধিচ্ছদীয় কোষৰ দ্বাৰা গঠিত। ইয়াৰ উপৰিভাগত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ টেমুনা থাকে। এইবোৰক পেপিলা (Papillae) বোলে। পেপিলাবোৰত স্বাদকলি (Taste bud) থাকে বাবে ই খাদ্যস্তুৰ খোৱাদ গ্ৰহণ কৰিব পাৰে। স্বাদকলিবোৰ আননী (facial), গ্লছ’ফেৰেঞ্জীয় (Glossopharyn-geal), আৰু ভেগাছ স্নায়ুৰ শাখাবোৰৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।

মানৱ ভাষা[সম্পাদনা কৰক]

জিভা হৈছে মুখৰ ভিতৰত অৱস্থিত ৰেখাযুক্ত পেশীৰ এটা গোট আৰু ই খাদ্য চোবাই খোৱা আৰু হজম কৰাত সহায় কৰে।

এক মানৱ জিভা

জীৱ-জন্তুৰ জিভা[সম্পাদনা কৰক]