বিপৰীতাৰ্থক শব্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

একোটা ভাষা শব্দ ভাণ্ডাৰত কোনো শব্দৰ বিপৰীত অৰ্থবোধক শব্দও থাকে। অসমীয়া ভাষাৰ শব্দ-সম্ভাৰত থকা এনে বিপৰীত অৰ্থবোধক শব্দই ভাষাটোৰ বৰ্ণাঢ্য ৰূপৰেই কথা আমাক জনায়।

কিছুমান বিপৰীত শব্দ[সম্পাদনা কৰক]

তলত কিছুমান বিপৰীত শব্দ উল্লেখ কৰা হ’লঃ-

মূূলশব্দ:বিপৰীত শব্দ

  • অণু:বৃহৎ
  • অনুগ্ৰহ:নিগ্ৰহ
  • অভ্যাস:অনভ্যাস
  • অসভ্য:সভ্য
  • অভাৱ:উভৈনদী
  • আদান:প্ৰদান
  • আদি : অন্ত
  • ইহকাল :পৰকাল
  • অনুৰাগ :বিৰাগ
  • আপোন :পৰ
  • কেতিয়া :যেতিয়া
  • আৰম্ভ :শেষ
  • আচামী :ফৰিয়াদী
  • আপদ :নিৰাপদ(সম্পদ)
  • আদৰ :অনাদৰ
  • আশা :নিৰাশা
  • ইষ্ট :অনিষ্ট
  • ইচ্ছা  : অনিচ্ছা
  • ইহলোক :পৰলোক
  • ইতি :আৰম্ভণি
  • উচ্চ :নীচ
  • উন্নতি  : অধোন্নতি,অৱনতি
  • উন্নত  : অনুন্নত
  • ওখ :চাপৰ
  • ভয় :অভয় ,নিৰ্ভয়,সাহ
  • জয়  : পৰাজয়
  • জন্ম  : মৃত্যু
  • জাৰ  : জহ
  • আনন্দ :নিৰানন্দ
  • টান:ঢিলা
  • মিঠা:তিতা
  • ওপৰ:তল
  • যশ:অপযশ
  • বাদী:বিবাদী
  • প্ৰচুৰ:অলপ
  • হৰণ:পূৰণ
  • সোঁ:বাঁও
  • নগদ:বাকী
  • ৰজা:প্ৰজা
  • দীঘল:চুটি
  • আকাশ:পাতাল
  • পাপ:পুণ্য
  • গাঁও:নগৰ
  • গভীৰ:তৰাং
  • আয়তী:বিধৱা

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]