বোকাখাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বোকাখাত
—  নগৰ  —
বোকাখাত is located in Assam
বোকাখাত
ভাৰতঅসমত বোকাখাতৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°38′N 93°36′E / 26.63°N 93.6°E / 26.63; 93.6স্থানাংক: 26°38′N 93°36′E / 26.63°N 93.6°E / 26.63; 93.6
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট জিলা
উচ্চতা ৭৬ মিটাৰ (২৪৯.৩৪ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ৮,৮৪৪ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 785612
Telephone code (91)3776
ৱেবছাইট www.bokakhat.gov.in

বোকাখাত (ইংৰাজী: Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমগোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷ [1]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

বোকখাত অঞ্চলটো মধ্যঅসমত অৱস্থিত৷ এই অঞ্চলৰ আশে পাশে কেইবাখনো উল্লেখযোগ্য পৰ্যটনস্থলী আছে৷ এই অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দুৰত্বত অৱস্থিত৷ ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে, যোৰহাট আৰু গুৱাহাটী৷ তাৰোপৰি বোকাখাতৰ নিকটতম ৰে'লৱে ষ্টেচন দুটা হৈছে, বাদুলিপাৰ আৰু ফৰকাটিং৷

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি বোকাখাতৰ জনসংখ্যা হৈছে ৮৮৪৪ জন৷[2]ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ বোকাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%৷ পুৰুষৰ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে ৮৩% আৰু ৭৩%৷ ইয়াৰে মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ [3]

ৰাজনীতি[সম্পাদনা কৰক]

বোকাখাত কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।

পৰ্যটনস্থলী[সম্পাদনা কৰক]

বোকাখাতৰ আশে পাশে থকা মঠ-মন্দিৰ,সংৰক্ষিত বনাঞ্চল, সত্ৰ, চাহ-বাগান আদি মূখ্য পৰ্যটনস্থলী৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]