শিলচৰ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিলচৰ লোকসভা সমষ্টি (ইংৰাজী: Silchar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ[সম্পাদনা কৰক]

শিলচৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

ক্ৰম সমষ্টিৰ নাম অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত জিলা
৯, শিলচৰ বিধানসভা সমষ্টি নহয় কাছাৰ
১০, সোণাই বিধানসভা সমষ্টি নহয় কাছাৰ
১১, ধলাই বিধানসভা সমষ্টি অনুসূচিত জাতি কাছাৰ
১২, উদাৰবন্দ বিধানসভা সমষ্টি নহয় কাছাৰ
১৩, লক্ষীপুৰ বিধানসভা সমষ্টি নহয় কাছাৰ
১৪, বৰখলা বিধানসভা সমষ্টি নহয় কাছাৰ
১৫, কাটিগড়া বিধানসভা সমষ্টি নহয় কাছাৰ

লোক সভাৰ সদস্য[সম্পাদনা কৰক]

আৰম্ভণিৰেপৰা বৰ্তমানলৈ শিলচৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।[2]

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৭৭ ৰছিদা চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮০ সন্তোষ মোহন দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৪ সন্তোষ মোহন দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৯ সন্তোষ মোহন দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ কবীন্দ্ৰ পুৰকায়স্থ ভাৰতীয় জনতা পাৰ্টি
১৯৯৬ সন্তোষ মোহন দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৮ কবীন্দ্ৰ পুৰকায়স্থ ভাৰতীয় জনতা পাৰ্টি
১৯৯৯ সন্তোষ মোহন দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪ সন্তোষ মোহন দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ২০০৯ কবীন্দ্ৰ পুৰকায়স্থ ভাৰতীয় জনতা পাৰ্টী
১১ ২০১৪ সুস্মিতা দেৱ[3] ভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 
  2. http://164.100.47.132/LssNew/members/lokprev.aspx
  3. [hhttp://eciresults.nic.in/ConstituencywiseS032.htm?ac=2 "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014"]. ELECTION COMMISSION OF INDIA. 16 May, 2014. hhttp://eciresults.nic.in/ConstituencywiseS032.htm?ac=2। আহৰণ কৰা হৈছে: 7 জুন 2014.