১৬ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

১৬ ফেব্ৰুৱাৰী (ইংৰাজী: 16 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮টা দিন (অধিবৰ্ষত ৩১৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম[সম্পাদনা কৰক]


মৃত্যু[সম্পাদনা কৰক]

  • ১৯৪৪ - দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।
  • ১৯৮৩ - কল্যাণী দাস, ভাৰতীয় বিপ্লৱী।
  • ২০২২ - বাপ্পী লাহিড়ী, ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]