৫ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

৫ ফেব্ৰুৱাৰী (ইংৰাজী: 5 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৯টা দিন (অধিবৰ্ষত ৩৩০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৩৭ - চাৰ্লি চেপলিন অভিনীত প্ৰথম সবাক চলচ্চিত্ৰ মডাৰ্ন টাইমছ মুক্তি লাভ কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৯১৪ - উইলিয়াম এছ বাৰ’জ, আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক।
  • ১৯৩২ - শংখ ঘোষ, ভাৰতীয় কবি আৰু সমালোচক।
  • ১৯৭৬ - অভিষেক বচ্চন, ভাৰতীয় অভিনেতা।
  • ১৯৮৫ - ক্ৰিষ্টিয়ানো ৰোণাল্ডো, পৰ্তুগালৰ পেছাদাৰী ফুটবল খেলুৱৈ।
  • ১৯৯০ - ভুৱনেশ্বৰ কুমাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
  • ১৯৯২ - নেইমাৰ, ব্ৰাজিলৰ পেছাদাৰী ফুটবল খেলুৱৈ।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]