৬ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৬ আগষ্ট (ইংৰাজী: 6 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৮তম (অধিবৰ্ষত ২১৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৭টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮২৫ - বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯০৬ - স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাসে বন্দেমাতৰম বাতৰি কাকত প্ৰকাশ কৰে।
  • ১৯৪৫ - আমেৰিকাজাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।
  • ১৯৬২ - জামাইকাই ব্ৰিটিছৰ পৰা ৩০০ বছৰ শাসনৰ পিছত স্বাধীনতা লাভ কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৮৫৯ - আলফ্ৰেড হেটনাৰ, জাৰ্মান ভূগোল বিজ্ঞানী। (জন্মঃ ৩১ আগষ্ট,১৯৪১)
  • ১৮৮১ - বিখ্যাত জীৱ বিজ্ঞানী আৰু পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিং
  • ১৯১৫ - ভাৰতৰ পঞ্চম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলনৰ জন্ম হৈছিল।
  • ১৯২১ - স্বাধীনতা সংগ্ৰামী আৰু মধ্যপ্ৰদেশ ভূতপূৰ্ব ৰাজ্যপাল কে এম চান্দীৰ জন্ম হয়।
  • ১৯৩৩ – এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ। (মৃত্যু ১৯৮৭)

মৃত্যু[সম্পাদনা কৰক]

  • ১৬৩৭ - ইংৰাজ কবি আৰু নাট্য়কাৰ বেন জনছন।
  • ১৯২৫ - ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয়।
  • ১৯৯৭ - ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক।
  • ২০০৩ - ৰবীন বেনাৰ্জী, অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
  • ২০১৯ - বিজেপিৰ শীৰ্ষ নেতা, কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যু হয়।

দিৱস[সম্পাদনা কৰক]

  • হিৰোচিমা দিৱস।
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ ষষ্ঠ দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]