৬ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

৬ জুন (ইংৰাজী: 6 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম (অধিবৰ্ষত ১৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
  • ১৯৯৪ - কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।

জন্ম[সম্পাদনা কৰক]

  • ১৮৫১ - এঞ্জেলো মৰিঅণ্ডো, ইটালীৰ উদ্ভাৱক।
  • ১৮৭৪ - থমাছ মান, জাৰ্মানী কথাশিল্পী।
  • ১৮৯০ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
  • ১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ। (মৃত্যু: ২০০৫)
  • ১৯৪০ - ৰমেন বৰুৱা, অসমীয়া সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী।
  • ১৯৬৮ - ষ্টিভেন জনছন, আমেৰিকান বিজ্ঞান লেখক।
  • ১৯৭৯ - ভিতালী দাস, অসমীয়া সঙ্গীত শিল্পী। (মৃত্যু: ২১ এপ্ৰিল, ২০২১)
  • ১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৩২ - জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
  • ১৯৯৯ - ৰাজেন ৰাভা, অসমীয়া শিক্ষক, সাহিত্যিক, সমাজ সেৱক।
  • ২০১৬ - ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
  • ২০১৮ - কিৰা মুৰাট'ভা, ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালক।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]