ৰাছিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাছিয়া ফেডাৰেশ্বন
Российская Федерация
ৰ'ছিয়াস্কায়া ফেডাৰাষ্টিয়া
ৰাষ্ট্ৰীয় সঙ্গীত

"Государственный гимн Российской Федерации"
"গ'ছোডাৰ্ষ্টভেনী জিম্ন ৰ'ছিয়াস্ক'ই ফেডাৰাষ্টি"  (অনুবাদ)
"ৰাছিয়া ফেডাৰেশ্বনৰ ৰাষ্ট্ৰীয় সংগীত"

ৰাছিয়া-ৰ অৱস্থান
ৰাছিয়া-ৰ অৱস্থান
ৰাছিয়া (গাঢ় সেউজীয়া)
ক্ৰিমীন পেনিছুলা (claimed, disputed) (পাতল সেউজীয়া)a
ৰাজধানীমস্ক'
55°45′N 37°37′E / 55.75°N 37.617°E / 55.75; 37.617
বৃহত্তম নগৰ ৰাজধানী
ৰাষ্ট্ৰভাষা (সমূহ) ৰাছিয়ান
জনগোষ্ঠীসমূহ (২০১০)
জাতীয়তাসূচক বিশেষণ ৰাছিয়ান
চৰকাৰ Federal semi-presidential constitutional republic
 -  President Vladimir Putin
 -  Prime Minister Dmitry Medvedev
 -  Chairman of the Federation Council Valentina Matviyenko
 -  Chairman of the State Duma Sergey Naryshkin
গঠন
 -  Arrival of Rurik, considered as a foundation event by the Russian authorities[1] ৮৬২ 
 -  Kievan Rus' ৮৮২ 
 -  Grand Duchy of Moscow ১২৪৩ 
 -  Tsardom of Russia ১৭ জানুৱাৰী ১৫৪৭ 
 -  ৰাছিয়ান সাম্ৰাজ্য ২২ অক্টোবৰ ১৭২১ 
 -  ৰাছিয়ান FSSR ৬ নৱেম্বৰ ১৯১৭ 
 -  ছোভিয়েট ইউনিয়ন ১০ ডিচেম্বৰ ১৯২২ 
 -  ৰাছিয়ান ফেডাৰেশ্বন ২৫ ডিচেম্বৰ ১৯৯১ 
 -  বৰ্তমানৰ সংবিধান প্ৰণয়ন ১২ ডিচেম্বৰ ১৯৯৩ 
মাটিকালি
 -  মুঠ ১,৭০,৯৮,২৪২ বৰ্গ কিমি (১ম)
৬৫,৯২,৮০০ বৰ্গ মাইল 
 -  জলভাগ (%) ১৩'"`UNIQ--ref-০০০০০০০১-QINU`"' (including swamps)
জনসংখ্যা
 -  2015 আনুমানিক ১৪,৬৪,৩০,৪৩০'"`UNIQ--ref-০০০০০০০২-QINU`"' (ক্ৰিমীয়াক নধৰাকৈ) '"`UNIQ--ref-০০০০০০০৪-QINU`"' (৯th)
জিডিপি (পিপিপি) ২০১৫ আনুমানিক
 -  মুঠ $৩৪,৭৩০ কোটি[5] (৬ষ্ঠ)
 -  জনমুৰি $২৩,৭৪৪[6] (৫৩ তম)
জিডিপি (নামমাত্ৰ) ২০১৫ আনুমানিক
 -  মুঠ $১২,৩৫০ কোটি[5][7] (১৫ তম)
 -  জনমুৰি $৮,৪৪৭[6] (74th)
জিনি সহগ? (২০১৩) ৪০.১ (৮৩ তম)
মানৱ উন্নয়ন সূচক (২০১৩) ০.৭৭৮ (৫৭ তম)
মুদ্ৰা ৰাছিয়ান ৰুবেল (₽) (RUB)
সময় অঞ্চল (ইউটিচি+২ৰ পৰা +১২)
তাৰিখ বিন্যাস dd.mm.yyyy
গাড়ী চলোৱা হয় সোঁফালে
ইণ্টাৰনেট টিএলডি
কলিং ক'ড ++৭

ৰাছিয়া (ইংৰাজী: Russia; Listeni/ˈrʌʃə/; ৰুছ: Росси́я, tr. ৰ'ছিয়া; IPA: [rɐˈsʲijə] ( শুনক), চৰকাৰীভাৱে ৰাছিয়ান ফেডাৰেচন বুলিও কোৱা হয়[8]; ৰুছ: Росси́йская Федера́ция, tr. ৰ'ছিয়াস্কায়া ফেডাৰাষ্টিয়া; IPA: [rɐˈsʲijskəjə fʲɪdʲɪˈratsɨjə] ( শুনক)), হৈছে উত্তৰ ইউৰেছিয়াৰ এখন ৰাষ্ট্ৰ।[9] ই এখন ফেডাৰেল অৰ্ধ-ৰাষ্ট্ৰপতিয় প্ৰজাতন্ত্ৰ। ১,৭০,৭৫,৪০০ বৰ্গ কি.মি. (65,92,800 বৰ্গ মাইল) মাটিকালিৰ সৈতে ই, পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় এক অষ্টমাংশ অঞ্চল ৰাছিয়াই অধিকাৰ কৰি আছে। ২০১৪ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত তথ্য অনুহৰি প্ৰায় ১,৪৪০ কোটি জনসংখ্যাৰে ই পৃথিৱীৰ তৃতীয় বৃহত্তম ৰাষ্ট্ৰ।[10][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Указ Президента РФ "О праздновании 1150-летия зарождения российской государственности" Archived 2014-07-14 at the Wayback Machine ৰুছ
  2. "The Russian federation: general characteristics". Federal State Statistics Service. Archived from the original on 28 July 2011. https://web.archive.org/web/20110728064121/http://www.gks.ru/scripts/free/1c.exe?XXXX09F.2.1/010000R। আহৰণ কৰা হৈছে: 5 April 2008. 
  3. 3.0 3.1 "Preliminary population estimates on 1 January 2015, and the average for 2014" (ru ভাষাত) (XLS). Federal State Statistical Service. http://www.gks.ru/free_doc/new_site/population/demo/prpopul2015.xls। আহৰণ কৰা হৈছে: 8 April 2015. 
  4. 4.0 4.1 When including the Republic of Crimea and Sevastopol, the total population of Russia rises to 146,270,033.[3]
  5. 5.0 5.1 "Report for Selected Countries and Subjects". IMF. April 2015. http://www.imf.org/external/pubs/ft/weo/2015/02/weodata/weorept.aspx?pr.x=64&pr.y=11&sy=2013&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&c=922&s=NGDPD%2CPPPGDP%2CPPPPC%2CPPPSH%2CNGDP_FY&grp=0&a=. 
  6. 6.0 6.1 "Report for Selected Countries and Subjects: Russia". IMF. October 2015. http://www.imf.org/external/pubs/ft/weo/2015/02/weodata/weorept.aspx?pr.x=32&pr.y=9&sy=2015&ey=2016&scsm=1&ssd=1&sort=country&ds=.&br=1&c=922&s=NGDPDPC%2CPPPPC&grp=0&a=. 
  7. http://www.imf.org/external/pubs/ft/weo/2015/02/weodata/weorept.aspx?pr.x=64&pr.y=11&sy=2013&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&c=922&s=NGDPD%2CPPPGDP%2CPPPPC%2CPPPSH%2CNGDP_FY&grp=0&a=
  8. "The names Russian Federation and Russia shall be equal". "The Constitution of the Russian Federation". (Article 1). http://www.constitution.ru/en/10003000-02.htm। আহৰণ কৰা হৈছে: 25 June 2009. 
  9. "Russia". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/513251/Russia। আহৰণ কৰা হৈছে: 31 January 2008. 
  10. (Russian ভাষাত) (DOC) আৰ্কাইভ কপি. Archived from the original on 17 December 2014. https://web.archive.org/web/20141217163834/http://www.gks.ru/bgd/free/B14_00/IssWWW.exe/Stg//%3Cextid%3E/%3Cstoragepath%3E::%7Cdk11/8-0.doc। আহৰণ কৰা হৈছে: 20 January 2015.