বিৰাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিৰাট
মহাভাৰতৰ চৰিত্ৰ

বিৰাট তেওঁৰ ৰাজ-হাউলিত।
তথ্য
পৰিয়াল Sahtanika (ভাতৃ)
দাম্পত্যসঙ্গী সুদেষ্ণা
সন্তান উত্তৰ, উত্তৰা, Shveta, আৰু Shankha

বিৰাট (ইংৰাজী: Virata; সংস্কৃত: विराट) হৈছে হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ অনুসৰি মৎসদেশৰ ৰজা। তেওঁ উত্তৰ আৰু উত্তৰাৰ পিতৃ তথা অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ শহুৰ আছিল। তেওঁৰ পত্নী আছিল সুদেষ্ণা[1][2][3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড॰ সত্যেন্দ্ৰনাথ শৰ্মা. মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী (প্ৰথম তাঙৰণ : জুলাই ১৯৯৬). পৃষ্ঠা. ৩৯. https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up। আহৰণ কৰা হৈছে: ১ জুন ২০২০. 
  2. হেমচন্দ্ৰ বৰুৱা. উত্তৰা (গ্ৰন্থ=হেমকোষ). 
  3. "Uttara". bharatdiscovery.org. https://m.bharatdiscovery.org/india/%E0%A4%B8%E0%A5%81%E0%A4%A6%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%BE। আহৰণ কৰা হৈছে: ১ জুন ২০২০.