পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয় পাঁচমাইল অঞ্চলৰ উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমতেজপুৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

ইতিহাস[সম্পাদনা কৰক]

বিদ্যালয়খন ১৯৬৯ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। পাঁচমাইলৰ শিক্ষা প্ৰেমী ৰাইজৰ সহযোগিতাত এই বিদ্যালয় খন স্থাপন কৰা হয়।

পথ নিৰ্দেশনা[সম্পাদনা কৰক]

তেজপুৰ চহৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় ৩৫ মিনিটৰ দূৰত্বত অৱস্থিত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যৱস্থাও আছে। স্থানীয়ভাৱে ইয়াত অট'ৰিক্সা আৰু ৰিক্সাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি।

পাঠ্যক্ৰম[সম্পাদনা কৰক]

পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰমৰ আছে।

বিদ্যালয়ৰ সুবিধাসমূহ[সম্পাদনা কৰক]

  • বিদ্যালয়টোৰ নিজস্ব চৰকাৰী ভবন আছে।
  • পাঠদানৰ বাবে ১৩ খন শ্ৰেণীকক্ষ আছে।
  • অলাভজনক ক্ৰিয়াকলাপৰ বাবে ২ খন আন কক্ষ আছে।
  • মূখ্য শিক্ষক/শিক্ষয়িত্ৰীৰ বাবে এক পৃথক কোঠা আছে।
  • বিদ্যালয়টোৰ বাউণ্ডাৰী বল্লী কাঁইটৰ বেড়াৰে সংলগ্ন।
  • বিদ্যুৎ সংযোগ আছে।
  • পানীয়ৰ বাবে বিদ্যালয়ত হেণ্ড পাম্প আছে আৰু ই সুকৰ্যক্ষম।
  • বিদ্যালয়ত ১ টা ছাত্ৰ শৌচাগাৰ আৰু ১ টা ছাত্ৰী শৌচাগাৰ আছে আৰু দুয়োটা সুকৰ্যক্ষম।
  • বিদ্যালয়টোৰ খেলপথাৰ আছে।
  • বিদ্যালয়টোৰ পুথিভঁৰালত ৪৫৫ টা পুথি আছে।
  • বিদ্যালয়টোত শাৰীৰিক অক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰেম্পৰ আৱশ্যক নাই।
  • বিদ্যালয়টোৰ শিকন-শিকুওৱা কাৰ্যৰ বাবে ১০ টা কম্পিউটাৰ আছে আৰু সকলো সুকৰ্যক্ষম।
  • বিদ্যালয়টোত কম্পিউটাৰ সাহায্যৰ শিক্ষা প্ৰযুক্তি লেব নথকা।

শিক্ষাৰ তথ্য[সম্পাদনা কৰক]

  • শিক্ষা স্তৰ: উচ্চ প্ৰাথমিকৰ সৈতে উচ্চতৰ মাধ্যমিক (৬-১২)
  • শিক্ষাৰ মাধ্যম: অসমীয়া
  • পুৰুষ শিক্ষক: ১৫ জন
  • মহিলা শিক্ষক: ৮ জন
  • মুঠ শিক্ষক: ২৩ জন
  • মূখ্য শিক্ষক: ১ জন (মূখ্য শিক্ষক: আব্দুল গনি)
  • চুক্তিভিত্তিক শিক্ষক: ০ জন
  • প্রাথমিক শাখা উপলব্ধ: নাই
  • ১০ম শ্ৰেণীৰ পৰীক্ষাৰ পৰ্ষদ: ৰাজ্যিক পৰ্ষদ
  • ১০+২ শ্ৰেণীৰ পৰীক্ষাৰ পৰ্ষদ: ৰাজ্যিক পৰ্ষদ
  • বিদ্যালয়ৰ ধৰণ: সহশিক্ষামূলক
  • বিদ্যালয় আৱাসিক: নহয়
  • আৱাসিক ধৰণ: প্ৰযোজ্য নহয়
  • বিদ্যালয় নতুন স্থানলৈ স্থানান্তৰ: নহয়
  • বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ যোগান: বিদ্যালয়ৰ চৌহদত প্ৰস্তুত আৰু যোগান দিয়া হয়

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

"Panchmile Higher Secondary School". Schools.org.in. https://schools.org.in/sonitpur/18110102204/panchmile-higher-secondary.html। আহৰণ কৰা হৈছে: 2024-05-23.  ```