ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৯/উল্লেখনীয় কাম
অৱয়ব
অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫,২০০ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১,৩৪৮ টালৈ বৃদ্ধি পালে।
যোৱা মাহত ৱিকিউৎসত ৫ খন কিতাপ সম্পূৰ্ণৰূপে ডিজিটাইজ কৰা হয় আৰু অন্য ১৩ খন কিতাপৰ মুদ্ৰণ সংশোধন কৰা হয়।