সমললৈ যাওক

ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/নৱেম্বৰ, ২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘনশ্যাম দৌল
ঘনশ্যাম দৌল বা নাতি গোঁসাই দৌল ১৮ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে নিৰ্মাণ কৰাইছিল। আহোম যুগত নিৰ্মিত টেৰাকোটা শিল্পৰ নিদৰ্শন ঘনশ্যাম দৌলৰ স্থাপত্যত পোৱা যায়। এই দৌল জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত আৰু দেৱীদ’লৰ দক্ষিণফালে অৱস্থিত।
আলোকচিত্ৰ:ৰফিউদ্দিন আহমেদ

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...