সমললৈ যাওক

ইছলামিক বৰ্ষপঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''ইছলামিক বৰ্ষপঞ্জী''' বা '''মুছলিম বৰ্ষপঞ্জী''' বা '''হিজৰী বৰ্ষপঞ...
(কোনো পাৰ্থক্য নাই)

14:47, 12 October 2016ৰ সংস্কৰণ

ইছলামিক বৰ্ষপঞ্জী বা মুছলিম বৰ্ষপঞ্জী বা হিজৰী বৰ্ষপঞ্জী এটি চন্দ্ৰ নিৰ্ভৰশীল বৰ্ষপঞ্জী। পৃথিৱীৰ বিভিন্ন মুছলিম দেশ আৰু ইছলাম ধৰ্মৰ মানুহে এই বৰ্ষপঞ্জী অনুসৰণ কৰে। চন্দ্ৰ কলাৰ ওপৰত ভিত্তি কৰে ইয়াৰ দিন-বাৰ আদি নিৰ্ধাৰিত হয়। গোটেই বিশ্বজুৰি পালন কৰা বিভিন্ন ইছলামিক পৱিত্ৰ দিন তথা উৎসৱ এই বৰ্ষপঞ্জীৰ ওপৰত নিৰ্ভৰশীল।[1]

ইতিহাস

বিৱৰণ

প্ৰতিদিন সূৰ্যাস্তৰ মাধ্যমত দিন গণনা আৰম্ভ হয়। কিন্তু মাহ গণনা নিৰ্দিষ্ট ভূখণ্ডত খালি চকু বা বিভিন্ন যন্ত্ৰপাতিৰ (যেনে: দূৰবীণ, সাধাৰণ দূৰবীক্ষণ যন্ত্ৰ) সহায়ত জোন দেখাৰ ওপৰত সম্পূৰ্ণকৈ নিৰ্ভৰ কৰে। এই মাহ সমূহ জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰি ২৯ বা ৩০ দিনৰ হয়। যি মাহ ২৯ দিনত শেষ হলে নতুন মাহৰ জোন দেখা পোৱা নাযায়, সেই মাহ ৩০ দিনত সম্পূৰ্ণ কৰা হয়।

মাহৰ নাম

ইছলামিক মাহসমূহৰ নাম ক্ৰমে:

  1. মহৰম محرّم
  2. চফৰ صفر
  3. ৰবিউল আওয়াল ربيع الأولي
  4. ৰবিউল চানি ربيع الاخري
  5. জমাডিউল আওয়াল جمادى الأولی
  6. জমাডিউছ চানি جمادي الآخر ي
  7. ৰজৱ رجب
  8. শ্ববান شعبان
  9. ৰমজান رمضان
  10. শাওয়াল شوّال
  11. জ্বিলকদ ذو القعدة
  12. জ্বিলহজ্জ ذو الحجة

তথ্য উৎস

  1. "হিজিৰী". ডিচেম্বৰ, ২০১১. http://www.alkawsar.com/article/498। আহৰণ কৰা হৈছে: 3 January 2014. 

বহিঃসংযোগ

কেলেণ্ডাৰ সলনি কৰা ৱেবছাইট