সমললৈ যাওক

অৱতৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৱতৰণ
পৰিচালক তৰুনাভ দত্ত
ৰচনা তৰুনাভ দত্ত
প্ৰযোজক তৰুনাভ দত্ত
অভিনয়ত ৰীমা কাইফ
অনন্য পৰাশৰ
দেৱম শ্বেল
গোবিন্দ মালাকাৰ
ৰিম্পী দাস
সৌৰভ হাজৰিকা
প্ৰাঞ্জল শইকীয়া
পূৰ্ণিমা শইকীয়া
সমীৰ ৰঞ্জন
চিত্ৰগ্ৰহণকাৰী তৰুনাভ দত্ত
সম্পাদনা তৰুনাভ দত্ত
সংগীত পৰিচালক নিলুৎপল চৌধুৰী
ধীৰাজ দত্ত
প্ৰযোজনা
কোম্পানী
টিডি ফিল্ম ষ্টুডিঅ’
দেশ ভাৰত
ভাষা অসমীয়া

অৱতৰণ (ইংৰাজী: Avataran) হৈছে আগন্তুক অসমীয়া ভাষাৰ এখন কল্পবিজ্ঞান চলচ্চিত্ৰ। ছবিখন টিডি ফিল্ম ষ্টুডিঅ’ প্ৰডাকশ্যন্সৰ বেনাৰত, পৰিচালক তৰুনাভ দত্তৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মাণাধীন হৈ আছে। ছবিখনত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যম ছিল, গোবিন্দ মালাকাৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া আৰু সমীৰ ৰঞ্জনে।[1][2] প্ৰথমে ২০২০ চনৰ ২১ আগষ্ট তাৰিখে ছবিখনৰ মুক্তিৰ কথা আছিল যদিও ভাৰতত কভিড-১৯ মহামাৰীৰ বাবে ছবিখন মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয় ৷[3]

এইখনেই প্ৰথম অসমীয়া কল্পবিজ্ঞান চলচ্চিত্ৰ।[4]

অভিনয় শিল্পী

[সম্পাদনা কৰক]

২০১২ চনৰ পৰাই ছবিখনৰ প্ৰডাকচন আৰু প্ৰধান চিত্ৰগ্ৰহণ কাৰ্যসূচী আৰম্ভ হয়। অসমৰ গুৱাহাটীৰ আশে-পাশে ছবিখনৰ চিত্ৰগ্ৰহণ হৈছিল।[5][6][7]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Ahmed, Hussain (18 January 2014). "Avataran: An Upcoming Assamese Sci-Fi Film by Tarunabh Dutta". https://www.magicalassam.com/2014/01/avataran-an-upcoming-assamese-sci-fi-film-by-tarunabh-dutta.html. 
  2. ""অৱতৰণ"- প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচিত্ৰ". 17 December 2019. https://rupaliparda.com/archives/8704. 
  3. "Sci-fi film AVATARAN's slated release date of August 21 hangs in uncertainity due to pandemic.". Jollywood LIFE. 28 April 2020. Archived from the original on 25 July 2020. https://web.archive.org/web/20200725020545/https://www.jollywoodlife.com/post/sci-fi-film-avataran-s-slated-release-date-of-august-21-hangs-in-uncertainity-due-to-pandemic। আহৰণ কৰা হৈছে: 9 May 2020. 
  4. Choudhury, Aminul Zaman (10 September 2021). "'Avataran': Assam's first sci-fi feature film gets Censor approval". EastMojo. Archived from the original on 31 March 2024. https://web.archive.org/web/20240331024624/https://www.eastmojo.com/assam/2021/09/10/avataran-assams-first-sci-fi-feature-film-gets-censor-certification/। আহৰণ কৰা হৈছে: 2 April 2025. 
  5. "Avataran: Assamese Sci-Fi Film". Kothasobi.com. 19 July 2014. Archived from the original on 22 December 2014. https://web.archive.org/web/20141222130500/http://www.kothasobi.com/news/avataran-assamese-sci-fi-film/। আহৰণ কৰা হৈছে: 4 January 2016. 
  6. "The Sentinel". Archived from the original on 29 May 2015. https://web.archive.org/web/20150529090715/http://www.sentinelassam.com/saturday/saturday1.php?sec=16&subsec=0&ppr=3&dtP=2014-02-15। আহৰণ কৰা হৈছে: 29 May 2015. 
  7. "টেকনল'জিৰে আদৰিলে নৱবৰ্ষকঃ "অৱতৰণ"-এ আকৰ্ষিত কৰিছে দৰ্শকক-". January 2020. https://rupaliparda.com/archives/9091. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]