কবিচন্দ্ৰ দ্বিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কৱিচন্দ্ৰ দ্বিজৰ পৰা পুনঃনিৰ্দেশিত)

কৱিচন্দ্ৰ দ্বিজ (১৮ শতিকা) স্বৰ্গদেউ শিৱসিংহৰ সভাকবি আছিল। শিৱসিংহ, ৰানী অম্বিকাদেৱী আৰু পুত্ৰ উগ্ৰসিংহ-ৰ নিৰ্দেশত ১৭৩৫ চনত ধৰ্মপুৰাণৰ ভাঙনি কৰে। উষা-অনিৰুদ্ধৰ কাহিনীক উপজীৱ্য কৰি কামকুমাৰ হৰণ নামে এখন সংস্কৃত নাটক ৰচনা কৰিছিল। নাটখনৰ মাজে মাজে অসমীয়া গীত সন্নিবিষ্ট কৰিছিল।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭