খেন্ বংশ
অৱয়ব
(খেন ৰাজবংশৰ পৰা পুনঃনিৰ্দেশিত)
কামৰূপ ৰাজ্য খেন্ বংশ
| |
---|---|
Religion | হিন্দু ধৰ্ম |
Government | ৰাজতন্ত্ৰ |
• ১৪৪০-১৪৬০ খ্ৰীষ্টাব্দ |
নীলধ্বজ |
• ১৪৬০-১৪৮০ খ্ৰীষ্টাব্দ |
চক্ৰধ্বজ |
• ১৪৮০-১৪৯৮ খ্ৰীষ্টাব্দ |
নীলাম্বৰ |
History | |
• Established |
১৪৪০ খ্ৰীষ্টাব্দ |
• Disestablished |
১৮৯৮ খ্ৰীষ্টাব্দ |
খেন্ বংশ মধ্যযুগত কামৰূপ ৰাজ্য শাসন কৰা এটা ৰাজবংশ। আৰিমত্তৰ বংশধৰ শেষৰজন ৰজা মৃগাংক (১৪১৫-১৪৪০) অপুত্ৰক হোৱা বাবে তেওঁৰ মৃত্যুৰ পাছত কমতাৰাজৰ অধীনৰ ভূঞাসকলৰ মাজৰ নীলধ্বজ নামৰ এজন ভূঞাই ১৪৪০ চনত গৌড়ৰ সিংহাসন দখল কৰে। তেৱেঁই কামৰূপ-কমতাত খেন্ বা খান বা সেন বংশৰ পাতনি মেলে। নীলধ্বজৰ পাছত পুতেক চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ ৰজা হয়। গৃহ কন্দলৰ সুযোগত মুছলমানে আক্ৰমণ কৰাত এই ৰাজবংশই বেছিদিন শাসন কৰিব নোৱাৰিলে। ১৪৯৮ খ্ৰীষ্টাব্দত নীলাম্বৰৰ মৃত্যুত খেন্ বংশৰ অন্ত পৰে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ কৌশিক বৰুৱা, শান্তনু (২০১৫). অসম ইয়েৰ বুক ২০১৬. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩২-৩৩.