পৰেশ ভূঞা
অৱয়ব
(চিত্রশিল্পী পৰেশ ভূঞাৰ পৰা পুনঃনিৰ্দেশিত)
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| পৰেশ ভূঞা | |
|---|---|
| দেশ | ভাৰতীয় |
| পেচা | চিত্ৰশিল্প |
পৰেশ ভূঞা (ইংৰাজী:Paresh Bhuyan) হৈছে অসমৰ এজন চিত্ৰশিল্পী।
অনুপ্ৰেৰণা
[সম্পাদনা কৰক]সৰুৰেপৰা চিত্ৰশিল্পৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰা পৰেশক চিত্ৰশিল্পৰ প্ৰতি উৎসাহিত কৰা মানুহজনেই হ’ল ককায়েক অৱনী ভূঞা। অৱনীয়েও ভাল ছবি আঁকিছিল। পৰেশৰ প্ৰিয় চিত্ৰশিল্পী অমৃতা চেৰেগিল। তেখেতৰ দৃষ্টিত চিত্ৰশিল্পী আৰু সাধাৰণ দৰ্শকৰ দৃষ্টিৰ মাজত কোনো পাৰ্থক্য নাথাকে। প্ৰায় পঞ্চম শ্ৰেণীৰপৰা দেৱীৰ প্ৰতিমা প্ৰস্তুত কৰা পৰেশৰ মূল নিচা শিল্প-ভাস্কৰ্য যদিও তেওঁৰ অন্যতম এটি নিচা হ’ল ফটোগ্ৰাফী।
পৰেশ ভূঞাৰ শিল্পকৰ্ম চাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই লিখিছিল: “শ্ৰী পৰেশ ভূঞাৰ চিত্ৰপ্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা, মিক্সড মেডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান কেনভাচ্ উপভোগ কৰিলোঁ। বিষয়-বস্তু শক্তিশালী। বিশেষকৈ হকাৰ নামৰ কেনভাচখনৰ ডিটেইলচ ভাল লাগিল।”
