চিত্ৰ:খোল.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.32 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গীত,মাত, ভতিমা, অংকিয়া ভাওনা, নাম-প্ৰসঙ্গ আদিত খোল বাদ্য যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। খোলৰ গা অংশক ডিমা বোলা হয়। ডিমা টান গছৰ গা অংশ কাটি আনি মাজটো খুলনি দি খোলা কৰি লোৱা হয়। খোলৰ এটা মুৰ সৰু আৰু আনটো মুৰ অলপ ডাঙৰ কৰি তৈয়াৰ কৰা হয়। দুই মুৰত জন্তুৰ চামৰা লগাই তাত লা লগাই দিয়া হয় যাতে মাত ভালকৈ ওলাই। তাকে ঘুণ দিয়া বুলি কোৱা হয়। ভাওনাৰ বৰধেমালি সৰুধেমালিৰ বাবে খোলৰ বিশষ প্ৰয়োজন হয়। অংকিয়া ভাওনাৰ প্ৰতিটো ভাওৰীয়া প্ৰবেশ কৰিবলৈ খোল বজোৱা হয় ।

উৎস

নিজা কাম

তাৰিখ

২৮ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:41, 28 May 201219:41, 28 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.32 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গীত,মাত, ভতিমা, অংকিয়া ভাওনা, নাম-প্ৰসঙ্গ আদিত খ�...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা