চিত্ৰ:ডালিম গছ.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মূল ফাইল(2,448 × 3,264 পিক্সেল, ফাইলৰ মাত্ৰা: 3.3 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

ডালিম গছ সৰু সৰু কাইটযুক্ত আৰু ওখই প্ৰায় ৬,৭ ফুটমান হোৱা দেখা যায়। পাতবোৰ সৰু সৰু আৰু ফালৰ আকাৰ এটা সুমথিৰাৰ সমান, ডাঠ বাকলিযুক্ত আৱৰণৰ ভিতৰত সৰু সৰু মঙহাল গুটি থাকে, গুটিবোৰৰ সোৱাদ মিঠা হয়। প্ৰতিটো গুটি সুন্দৰ সজ্জাৰে সু-গঠিত হৈ থাকে। কেইবাটাও গুটিৰ থোপাৰ মাজত এখন পাতল আৱৰণ থাকে। পৈনত অৱস্থাত গুটিবোৰৰ ৰং গুলপীয়া হৈ পৰে। যথেষ্ট ভিতামিন যুক্ত ফল বুলি কোৱা হয় ডালিমক।

উৎস

নিজা কাম

তাৰিখ

১৩ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:51, 12 মে' 201220:51, 12 মে' 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি2,448 × 3,264 (3.3 MB)নিতুল বৰা (আলোচনা | বৰঙণি)ডালিম গছ সৰু সৰু কাইটযুক্ত আৰু ওখই প্ৰায় ৬,৭ ফুটমান হোৱা দেখা যায়। পাতবোৰ সৰু সৰু আৰু ফালৰ আকা...
  • আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।

এই চিত্ৰখনলৈ কোনো পৃষ্ঠা সংযোজিত নহয়

মেটাডেটা