চিত্ৰ:ধোঁৱাচাঙ.jpg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধোঁৱাচাঙ.jpg(640 × 480 পিক্সেল, ফাইলৰ মাত্ৰা: 88 KB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

চিত্ৰৰ বৰ্ণনাখৰিৰ সৈতে ধোঁৱাচাঙত খেতিৰ দিনৰ বাবে সংৰক্ষণ কৰি ৰখা পকা ৰঙালাউ । অসমীয়া গাঁওবোৰত ৰঙালাউ আৰু কোমোৰাবোৰ এইদৰেই ধোঁৱাচাঙত বছৰ জুৰি সংৰক্ষণ কৰি ৰাখে । আচলতে ধোঁৱাচাঙ খন এইবোৰৰ বাবেই বনোৱা হয় । ঠিক জুহালৰ ওপৰতেই এই চাং খন বনোৱা হয় যাতে ধোঁৱাৰ বাবে তালৈ কোনোধৰণৰ মহ মাখি যাব নোৱাৰে । আৰু বস্তুবোৰ ভাল হৈ থাকে । তদুপৰি ধোঁৱাচাঙত ৰান্ধিবৰ বাবে প্ৰয়োজনীয় খৰিও জমা কৰি ৰখা হয় । - উৎস-নিজৰ সংগ্ৰহকাৰী-মাধুৰীমা ঘৰফলীয়া সময়-১৫.০৫.২০১২

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান08:06, 17 May 201208:06, 17 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি640 × 480 (88 KB)মাধুৰীমা (আলোচনা | বৰঙণি)চিত্ৰৰ বৰ্ণনাখৰিৰ সৈতে ধোঁৱাচাঙত খেতিৰ দিনৰ বাবে সংৰক্ষণ কৰি ৰখা পকা ৰঙালাউ । অসমীয়া গাঁওবোৰ...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা