চিত্ৰ:পিতলৰ চাকি.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.09 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

চাকি দুবিধ এবিধ থপনাৰ আগত জ্বলোৱা হয় আৰু পিতলৰ চাকি ৰাতি পোহৰাবলৈ জ্বলোৱা হয়, বিদ্যুতৰ ব্যৱস্থা নথকা অসমৰ গাওঁবোৰত এতিয়াও ব্যৱহাৰ কৰা হয়। সাধাৰণতে চাকি পিতলৰ বা টিনৰ আৰু কেতিয়াবা কোনো কোনোৱে সৰু চিয়াহী বটলত মৰাপাটৰ শলিতা লগাই ও চাকি ব্যৱহাৰ কৰে। চাকিৰ ভিতৰত কেৰাচিন তেল ভৰাই ৰখা হয় আৰু শলিতা এডাল সেই তেলত দুব যোৱাকৈ ওপৰলৈকে মুখলৈকে উলিয়াই তাত জুই লগালে পোহৰ হয়।

উৎস

নিজা কাম

তাৰিখ

২১ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:50, 21 May 201220:50, 21 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.09 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=চাকি দুবিধ এবিধ থপনাৰ আগত জ্বলোৱা হয় আৰু পিতলৰ চাকি ৰাতি পোহৰাবলৈ জ্বলোৱা হ...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা