চিত্ৰ:Sela lake.jpg

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 2.23 MB, MIME প্ৰকাৰ: image/jpeg)

এই ফাইলটো ৱিকিমিডিয়া কমন্সৰ পৰা আমদানি কৰা হৈছে। ফাইল বিৱৰণ পৃষ্ঠাৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হ’ল ।
ৱিকিমিডিয়া কমন্স এটা মুক্ত অনুজ্ঞাপত্ৰ মিডিয়াৰ ভঁৰাল। আপুনিও ইচ্ছা কৰিলে এই প্ৰকল্পত সহায় কৰিব পাৰে

সাৰাংশ

বিৱৰণ
English: Sela lake, which is also called Paradise lake is situated on top of Sela Pass in the eastern Himalaya on 4170 m (13,700 ft). Sela Pass is located on the border between Tawang and West Kameng District of Arunachal Pradesh in India. Sela Pass and Sela lake is named after a tribal woman Sela who used to bring food and water to an Indian Army named Jaswant Singh Rawat who fought alone against the Chinese Soldiers in the year 1962 in Sino-Indian war near the Pass and was dead. After seeing his dead body Sela killed herself. After her death the Pass and the lake was named as Sela Pass and Sela lake.
অসমীয়া: কথিত আছে যে, ছেলা নামৰ পাহাৰীয়া ছোৱালী এজনীয়ে সৈন্যবাহিনীৰ ৰাইফল মেন যশৱন্ত সিং ৰাৱতক ভাল পাইছিল আৰু ১৯৬২ চনৰ ভাৰত- চীন যুদ্ধৰ সময়ত প্ৰতিদিনে খোৱা বস্তু লৈ যশৱন্ত সিঙক দিবলৈ গৈছিল আৰু তেওঁক যুঁজিবলৈ প্ৰেৰণা দিছিল। এদিন যুদ্ধত যশৱন্ত সিঙৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ কথা শুনি ছেলাই আত্মহত্যা কৰে। দুয়ো জনৰ মৃত্যুৰ পিছত যি ঠাইৰ পৰা যশৱন্ত সিঙে চীনা সৈন্যৰ বিৰুদ্ধে যুঁজিছিল সেই গড়টো যশৱন্ত গড় আৰু যি ৰাস্তাৰে ছেলা অহা-যোৱা কৰিছিল সেই ৰাস্তা ছেলা পাছ নামে বিখ্যাত হৈ পৰে। ছেলা পাছত থকা মনোমোহা হ্ৰদটোৱেই হৈছে ছেলা হ্ৰদ। তিব্বতীয় বৌদ্ধ ধৰ্মমতে, এই হ্ৰদটো হৈছে প্ৰায় ১০১টা পবিত্ৰ হ্ৰদৰ ভিতৰত এটা। ছেলা হ্ৰদটো ৪১৭০ মিটাৰ অৰ্থাৎ ১৩,৭০০ ফুট উচ্চতাত অৱস্থিত। ইয়াক পেৰেডাইজ লেক নামেৰেও জনা যায়।
তাৰিখ
উৎস নিজা কাৰ্য
লেখক JyotiPN

অনুজ্ঞাপত্ৰ

ম‍ই, এই কামৰ স্বত্বাধিকাৰী, ইয়াৰ দ্বাৰা ম‍ই এই কামক তলত বৰ্ননা দিয়া অনুজ্ঞাপত্ৰৰ অধীনত প্ৰকাশ কৰিলো:
w:en:Creative Commons
স্বীকৃতিপ্ৰদান একে ধৰণে চেয়াৰ কৰক
This file is licensed under the Creative Commons Attribution-Share Alike 4.0 International license.
আপুনি স্বাধীনভাৱে:
  • বিতৰণ কৰিব পাৰে – কামটো নকল (কপি), বিতৰণ আৰু প্ৰেৰণ কৰিবলৈ
  • পুনৰ্মিশ্ৰণ কৰিবলৈ – কামটো অভিযোজন কৰিবলৈ
তলত উল্লেখ কৰা চৰ্ত্তসমূহৰ ভিত্তিত:
  • স্বীকৃতিপ্ৰদান – আপুনি প্ৰয়োজনীয় স্বীকৃতি দিয়াৰ লগতে অনুজ্ঞাপত্ৰলৈ লিংক আৰু কোনো সালসলনিৰ ইংগিত দিব লাগিব। আপুনি এয়া উপযুক্ত ধৰণেৰে দিব পাৰে, মাত্ৰ অনুজ্ঞাপত্ৰধাৰীয়ে আপোনাক বা আপোনাৰ কামক মঞ্জুৰী জনোৱাৰ দৰে নিলিখিব।
  • একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।

কেপ্‌চন

ছেলা হ্ৰদ

Items portrayed in this file

depicts ইংৰাজী

copyright status ইংৰাজী

copyrighted ইংৰাজী

exposure time ইংৰাজী

০.০০০৬০৩ ছেকেণ্ড

f-number ইংৰাজী

২.২

focal length ইংৰাজী

১.৬৪ millimetre

ISO speed ইংৰাজী

১১০

media type ইংৰাজী

image/jpeg

source of file ইংৰাজী

original creation by uploader ইংৰাজী

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:53, 8 October 202219:53, 8 October 2022ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (2.23 MB)JyotiPNUploaded own work with UploadWizard

তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা