চেতন মন
Jump to navigation
Jump to search
মানুহৰ জাগ্ৰত অৱস্থাৰ সকলো কৰ্মকাণ্ড প্ৰতক্ষ্যভাৱে নিয়ন্ত্ৰতিত হয় চেতন মনৰ জৰিয়তে। চেতন মনে মস্তিষ্কক নিয়ন্ত্ৰণ কৰে। প্ৰসিদ্ধ মনোবিজ্ঞানী ছিগমুণ্ড ফ্ৰয়েডে মানুহৰ মনটোক তিনি ভাগত বিভক্ত কৰিছিল--
- চেতন মন (ইংৰাজী: Conscious mind)
- প্ৰাক-চেতন মন বা অৱচেতন মন (Sub-Conscious mind)
- অচেতন মন (unconscious) ।
ছিগমুণ্ড ফ্ৰয়েডৰ মতে মানুহৰ চেতন মনক বহুলাংশে নিয়ন্ত্ৰণ কৰে মানুহৰ অচেতন আৰু প্ৰাক-চেতন মনে। মনোবিজ্ঞানীসকলৰ মতে মনৰ মাত্ৰ ১০ শতাংশহে চেতন মনে অধিকাৰ কৰি থাকে বাকী ৯০ শতাংশই অধিকাৰ কৰি থাকে অৱচেতন আৰু অচেতন মনে।